Length2h 46m
About this audiobook
অপৰূপ সৌন্দৰ্যৰ এখনি অৰণ্য। কিন্তু কেৱল অপৰূপেই হয় নে এই অৰণ্য ? হৈ পৰে নেকি অৰণ্য কেতিয়াবা নৃশংস? হিংস্ৰ শ্বাপদৰ নিষ্ঠুৰ আঘাটত কাৰোবাৰ স্নেহাৰ্ত বুকুৰ বন্ধন ছিন্ন হৈ যাব পাৰে নেকি? বিচ্ছেদৰ বেদনাই যে কেতিয়াবা নিঃশেষ কৰি পেলাই একোটা জীৱন। পৰিয়ালৰ সৈতে অৰণ্য ভ্ৰমণলৈ যোৱা কেইজনমান বন্ধু। হঠাৎ ক'ৰ পৰা ওলালহি সেই অৰণ্যত এটা নৰখাদক বাঘ? কিবা অপকাৰ কৰিলে নেকি সেই নৰখাদকে তেওঁলোকক? মানুহৰ হৃদয়ৰ অন্তৰ্লীন বেদনাৰে সিক্ত কিছু কথা, নৰখাদক বাঘ, উন্নাসিক চিকাৰীৰ পৌৰষদৃপ্ত আত্মগৰিমাৰ জঘন্য বহিঃপ্ৰকাশ। এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস 'স্তব্ধ অৰণ্য'।
Audiobook details
GenreMystery and Thriller, General Fiction
Length2 hrs 46 mins
Narrated byJubaraj Kumar Das
FormatAudiobook
Publish dateMar 16, 2021
