Xobyoxasi
Audio only

Xobyoxasi

By ৰঞ্জু হাজৰিকাNarrated by Badal Sinha
Length3h 41m

About this audiobook

আশীৰ দশকতে ৰচিত উপন্যাস 'সব্যসাচী' এখন ৰহস্যভিত্তিক উপন্যাস l দেশ ৰক্ষা বাহিনী, থোৰতে দেৰবাৰ সেভেন ছিক্ৰেট মেন এজেণ্ট অৰিন্দমৰ লগতে ইন্দ্ৰজিৎ,সৌমাৰ আদি সাতজন সহযোগীয়ে নৃতত্ত্ব বিভাগে উদ্ধাৰ কৰে এখন তাম্ৰফলক অৰ্থাৎ মানচিত্ৰ য'ত পুৰনি কুণ্ডিল ৰাজ্যৰ বহু ঐচৰ্য্য, ধন-সম্পত্তিৰ উল্লেখ আছে l কিন্তু দুষ্কৃতিকাৰীয়ে প্ৰখ্যাত নৃতত্ত্ববিদ ডাঃ অমৰজ্যোতি সন্দিকৈক অপহৰণ কৰি সেই মানচিত্ৰখন হস্তগত কৰেl কথা হ'ল, দেৰবাৰ এজেণ্ট ছেভেন ছিক্ৰেট মেনে সেই ফলকখন উদ্ধাৰ কৰি চৰকাৰক গতাই দিব পাৰিলে নে? জানিবলৈ ষ্টৰীটেলত শুনক 'সব্যসাচী'।

Audiobook details

GenreGeneral Fiction
Length3 hrs 41 mins
Narrated byBadal Sinha
FormatAudiobook
Publish dateOct 11, 2021

More from ৰঞ্জু হাজৰিকা

You may also like