Aadim ripu
Mature
Audio only

Aadim ripu

By ৰঞ্জু হাজৰিকাNarrated by Paplu Chetia
Length2h 55m

About this audiobook

অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'আদিম ৰিপু'। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'আদিম ৰিপু'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।

Audiobook details

GenreMystery and Thriller
Length2 hrs 55 mins
Narrated byPaplu Chetia
FormatAudiobook
Publish dateMar 15, 2023

More from ৰঞ্জু হাজৰিকা

You may also like