Xei prem aswadon
Mature
Audio only

Xei prem aswadon

By ৰঞ্জু হাজৰিকাNarrated by Satyajit Gogoi
Length4h 16m

About this audiobook

১৯৩৯ চনৰ কথা। আইভান নামৰ এজন লোকৰ নেতৃত্বত এদল অভিযাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰে পৃথিৱীৰ এক দুৰ্গম অঞ্চল নিউগিনি য'ত সভ্যতাৰ পোহৰ পৰা নাই, এনে কিছুমান জাতি-উপজাতি আছে, যি এতিয়াও মানুহ চিকাৰ কৰে, নৰমুণ্ড সংগ্ৰহ কৰে। তেনে এক যাত্ৰাত আইভানৰ লগত যায় তেওঁৰ প্ৰিয় ভতিজী টিনা আৰু টিনাৰ বাবেই অনিচ্ছা স্বত্বেও যায় টিনাৰ বিবাহ প্ৰাৰ্থী মাইক। যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকে লগ পাই মেজৰ কলিণ্সৰ দলক। একেলগে আৰম্ভ হয় এক দুঃসাহসিক অভিযান। বিভিন্ন প্ৰত্যাহ্বান নেওচি অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মেজৰ কলিণ্সৰ দলে আইভানৰ দলৰ পৰা বিদায় লয় যদিও ৰুবেন নামৰ এজন ডেকাক আইভানৰ লগত দিয়ে। এই ৰুবেনৰ প্ৰেমত পৰে টিনা। আনফালে টিনাৰ প্ৰেমত মাইক। এক ত্ৰিকোণ প্ৰেমৰ কাহিনী। অন্যহাতেদি দুৰ্গম যাত্ৰাপথ য'ত পদে পদে মৃত্যুৰ কিৰীলি। নৰখাদক জাতি, বিষাক্ত পোক- পতংগ, বিষাক্ত মহৰ কামোৰ এই সকলোবোৰ নেওচি সফল হ'ব পাৰিলেনে অভিযাত্ৰী দলটো? মাইকৰ সৈতে টিনাৰ বিবাহ হ'ল নাই? এখন এডভেন্সাৰ উপন্যাস। মিলন, বিচ্ছেদ, প্ৰেম, ঘৃণা, হিংসা, প্ৰতিহিংসাৰ উপবীজ্যৰে ভৰপূৰ। কি আছে এই উপন্যাসখনত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'সেই প্ৰেম আস্বাদন'

Audiobook details

GenreFantasy
Length4 hrs 16 mins
Narrated bySatyajit Gogoi
FormatAudiobook
Publish dateMay 21, 2022

More from ৰঞ্জু হাজৰিকা

You may also like

Mungo on His Own
Mungo on His OwnMatthew Burgess6m$4 · $0.00
THE WAYS OF THE WILD WEST – The Best Ballantyne Westerns
THE WAYS OF THE WILD WEST – The Best Ballantyne WesternsR. M. Ballantyne99h 35m$3 · $0.00
Le chasseur d'ours
Le chasseur d'oursCharles Buet46m$2 · $0.00
Rob Harlow's Adventures
Rob Harlow's AdventuresGeorge Manville Fenn12h 20m$1 · $0.00
The Forest Exiles: The Perils of a Peruvian Family in the Wilds of the Amazon
The Forest Exiles: The Perils of a Peruvian Family in the Wilds of the AmazonMayne Reid10h 12m$1 · $0.00
The Bush Boys
The Bush BoysMayne Reid9h 35m$1 · $0.00
The Young Fur Traders
The Young Fur TradersR. M. Ballantyne13h 14m$2.30
Wild Geese Calling
Wild Geese CallingStewart Edward White22h 8m$2 · $0.00
The Swiss Family Robinson
The Swiss Family RobinsonJohann David Wyss12h 17m$22.70
Lost in the Backwoods: A Tale of the Canadian Forest
Lost in the Backwoods: A Tale of the Canadian ForestCatharine Parr Strickland Traill7h 12m$1 · $0.00
Tales of Shipwrecks and Other Disasters at Sea
Tales of Shipwrecks and Other Disasters at SeaThomas Bingley3h 8m$2.30
Folgen 41-42: Reine Routine
Folgen 41-42: Reine RoutineAnna Lott48m$7
Arthur's Camp-Out
Arthur's Camp-OutLillian Hoban19m$7 · $0.00
Das Naturforscherschiff (Illustrierte Ausgabe)
Das Naturforscherschiff (Illustrierte Ausgabe)Sophie Wörishöffer20h 42m$2 · $0.00
Vitnos möter Gudmund Gumse
Vitnos möter Gudmund GumseMarie Louise Rudolfsson1h 19m$6 · $0.00
Der Pfadfinder (Abenteuer-Roman aus dem wilden Westen)
Der Pfadfinder (Abenteuer-Roman aus dem wilden Westen)James Fenimore Cooper21h 16m$2 · $0.00
Beaufort Chums
Beaufort ChumsEsplin Mason7h 17m$2.30
Ken Ward in the Jungle
Ken Ward in the JungleZane Grey6h 49m$2.30
The Bobbsey Twins at Cedar Camp
The Bobbsey Twins at Cedar CampLaura Lee Hope4h 47m$1 · $0.00
Jack Among the Indians; Or, A Boy's Summer on the Buffalo Plains
Jack Among the Indians; Or, A Boy's Summer on the Buffalo PlainsGeorge Bird Grinnell8h 17m$2 · $0.00