Ondho xomoy bondho aartonaad
Audio only

Ondho xomoy bondho aartonaad

By ৰঞ্জু হাজৰিকাNarrated by Tarun Gogoi
Length3h 17m

About this audiobook

সত্যকাম, পুণ্ডৰীক, উপমন্যু তিনি বন্ধু। মুম্বাইত প্ৰতিস্থিত শব্দযন্ত্ৰী সত্যকাম দুবছৰৰ পিছত আহে নিজৰ বিয়া পাতিবলৈ বুলি। শিল্পীকাৰ সৈতে সত্যকামৰ বিয়া ঠিক হৈ আছে। আনহাতে বিয়া ঠিক হৈ আছে পুণ্ডৰীকৰো সাগৰিকাৰ সৈতে। কিন্তু সাগৰীকা আৰু পুণ্ডৰীকৰ মাজত যেন কিবা এটা ঘটিছে, সেই কথা অনুভৱ হয় সত্যকামৰ। সাগৰিকাই জীৱনৰ লক্ষ্য বাছি লৈছে সমাজ সেৱা। তাৰ বাবে তাই বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগিয়া হয়। সেইখিনিলৈকে ঠিকেই থাকে সকলো। কিন্তু কিছুদিনৰ পৰা কথাবোৰ বেলেগ হবলৈ ধৰে। পিছপৰা অঞ্চল সমূহত ডাইনী হত্যা গা কৰি উঠে। আৰু তাৰ বাবে সাগৰিকা তেনে অঞ্চল সমূহলৈ যাব লগা হয়। সেই লৈ পুণ্ডৰীকৰ চিন্তা। তথাপিও সত্যকামৰ মধ্যস্থতাত পুণ্ডৰীক আৰু সাগৰিকাৰ মনোমালিন্য ঠিক হয়। সত্যকামৰ বিয়ালৈ মাজত মাত্ৰ এটা দিন। তেনে এটা দিনতে হঠাৎ সাগৰিকাই কাকো কোনো খবৰ নিদিয়াকৈ গুছি যায় এনে এখন ঠাইলৈ য'ত গাঁৱৰ ৰাইজে জো যা কৰে নৰবলি দিয়াৰ। সাগৰিকাৰ এনে কাণ্ডত ভয় খাই পুণ্ডৰীক যায় তাইক বিচাৰি আৰু পুণ্ডৰীকৰ পিছে পিছে সত্যকাম। জীৱনটো বচাই সাগৰিকা উভতি আহিবলৈ সক্ষম হ'ল। কিন্তু পুণ্ডৰীকৰ কি হ'ল? সি লগ পালে নে সাগৰিকাক? আৰু সত্যকাম? শিল্পীকাৰ সপোনবোৰ পূৰ হ'ল নে?এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'অন্ধ সময় বন্ধ আৰ্তনাদ'

Audiobook details

GenreGeneral Fiction, Mystery and Thriller
Length3 hrs 17 mins
Narrated byTarun Gogoi
FormatAudiobook
Publish dateJun 15, 2022

More from ৰঞ্জু হাজৰিকা

You may also like

First to Fall
First to FallKen Ellingwood12h 19m$23
The Coming of the Law
The Coming of the LawCharles Alden Seltzer8h 25m$2 · $0.00
The Walking Delegate
The Walking DelegateLeroy Scott7h 36m$2 · $0.00
Bauern, Bonzen und Bomben (German)
Bauern, Bonzen und Bomben (German)Hans Fallada22h 48m$2.30
Dangerous Misinformation
Dangerous MisinformationMary Talley Bowden, MD7h 38m$23
Resistir a la violencia y construir desde la fe
Resistir a la violencia y construir desde la feWilliam Plata6h 10m$8 · $0.00
The Black Tulip
The Black TulipAlexandre Dumas7h 33m$15 · $0.00
Other Fools and Their Doings, or, Life among the Freedmen
Other Fools and Their Doings, or, Life among the FreedmenH. N. K. Goff6h 17m$2 · $0.00
Louisiana Firestorm
Louisiana FirestormMichael McDowell, John Preston5h 8m$20
A Woman's Part in a Revolution
A Woman's Part in a RevolutionNatalie Harris Hammond4h 38m$2 · $0.00
Raj Leela
Raj Leelaमुख़्तार अब्बास नक़वी3h 25m$4
45: Schmutziges Feuer
45: Schmutziges FeuerTobias Schier58m$8
Revolta Dos Motoqueiros
Revolta Dos MotoqueirosLeandro Malósi Dóro1h 14m$5 · $0.00
Rebelión de los oficios inútiles
Rebelión de los oficios inútilesDaniel Ferreira7h 36m$12 · $0.00
Io posso. Due donne sole contro la mafia
Io posso. Due donne sole contro la mafiaPif, Marco Lillo3h 28m$12 · $0.00
The Big Lie
The Big LieJames Grippando11h 22m$29 · $0.00
De posseiros a proprietários
De posseiros a proprietáriosAngélica Dalla Rizzarda6h 18m$14 · $0.00
La Tulipe noire
La Tulipe noireAlexandre Dumas8h 18m$15 · $0.00
Die Nacht am Feuer 1 – Die Schlachten am Wasser : Historischer Roman über die Schweiz im Mittelalter (Kreuze, Lilien und Löwen – Schweizer Mittelalter Saga)
Die Nacht am Feuer 1 – Die Schlachten am Wasser : Historischer Roman über die Schweiz im Mittelalter (Kreuze, Lilien und Löwen – Schweizer Mittelalter Saga)Antoine de la Fère6h 49m$21 · $0.00
رحمة 2
رحمة 2ميسون سرور16h 22m$20 · $0.00