
Audio only
Length2h 42m
About this audiobook
ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত 'বিপন্ন বিষ্ময় খেল ' হৈছে এখন এডভেঞ্চাৰ মূলক উপন্যাস। শৈশৱৰ অনুসন্ধিৎসু মনৰ তাগিদাত দুটি শিশুৱে কিছুমান ৰহস্য উদ্ঘাটন কৰিবলৈ যোৱাৰ পথত সন্মুখীন হোৱা বিপদ, তেওঁলোকৰ সাহসিকতা, তাৎক্ষণিক বুদ্ধি আদিৰ কথাৰে পৰিপূৰ্ণ এইখন উপন্যাস। এই ৰহস্য সাহিত্যৰ পুথিখন কেৱল চেমনিয়াৰ বাবেই নহয়, সকলোৰে বাবে উপযোগী।
Audiobook details
GenreMystery and Thriller, Action and Adventure
Length2 hrs 42 mins
Narrated bySarmistha Chakravorty
FormatAudiobook
Publish dateAug 1, 2022