Xubala
Mature
Audio only

Xubala

By হোমেন বৰগোহাঞিNarrated by Sarmistha Chakravorty
Length6h 42m

About this audiobook

সুবালাক বহুত পুৰুষে বহুত নামেৰে মাতে যদিও নিজৰ বাবে তাই কেবল সুবালা।নাৰীত্বৰ অনুভুতিবোৰ জীৱনত সযতনে ৰাখাৰ হেঁপাহ সুবালায়ো কৰিছিল। কিন্তু জীৱনে তাইক তেনে সুযোগ দিলে জানো? পেটৰ খাতিৰত বহুজনৰ শৰ্যাসংগিনী হবলৈ বাধ্য হোৱা সুবালাই কেতিয়াবা কাৰোবাৰ পত্নী হব নে? তাই জীৱনৰ কথা ভাবে আৰু হাঁহে। হোমেন বৰগোহাঞিৰ 'সুবালা' বাৰবণিতাৰ এগৰাকী বাৰবণিতাৰ জীৱন, প্ৰেম, আশা-আকাংক্ষাক উন্মোচিত কৰা এখন মৰ্মস্পৰ্শী উপন্যাস।

Audiobook details

GenreGeneral Fiction
Length6 hrs 42 mins
Narrated bySarmistha Chakravorty
FormatAudiobook
Publish dateFeb 10, 2021

More from হোমেন বৰগোহাঞি

You may also like