Length15m
About this audiobook
কবি অনুপমা বসুমতাৰীৰ জীৱনৰ কিছু ঘটনাৰ আঁত ধৰি নাৰীমনৰ ৰহস্য, প্ৰেম আৰু যৌনতাৰ দিশত আলোকপাত কৰা এখন উপন্যাস নি:সংগতা। ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত হোমেন বৰগোহাঞি ৰচিত এই উপন্যাসখন খুবেই চৰ্চিত। বহুপঠিত এই উপন্যাসখন এইবাৰ এয়া শ্ৰব্য ৰূপত।
Audiobook details
GenreGeneral Fiction
Length15 mins
Narrated byBhaskarjyoti Acharjya
FormatAudiobook
Publish dateFeb 10, 2021
