Audio only

Morubhumit Menoka aru Onyanyo

By অৰূপা পটংগীয়া কলিতাNarrated by Minakshi Devi
Length5h 49m

About this audiobook

মডেল এমিলি পেছাগত ভাবে চিকিৎসক। চিকিৎসা সম্পৰ্কীয় কিছু কামৰ বাবে এমিলি যাবলগীয়া হয় কিচানগড় নামে এক মৰু অঞ্চলত। যোৱাৰ সময়ত এমিলিয়ে চকুত বান্ধি নিয়ে এটা সপোন, মিহি চিলাই কৰা এযোৰ মৰু কন্যাৰ কাপোৰ, মাটিৰ কলহ, ভৰিত পায়েল, হাতত খাৰু পিন্ধি তুলিব এখন ফটো। কিন্তু! প্ৰকৃততে হ'লগৈ নে তেনে? সেই ঠাইত উপস্থিত হৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল এমিলিহঁত? টকাৰ ধনী চৌধুৰী পৰিয়ালৰ জীয়াৰী বিয়াৰ কন্যা উলিয়াই দিয়াৰ পিছত হঠাতে হোৱা দোৱা লাগিল। এগৰাকী তিৰোতাই উচুপি উঠিল এযোৰ হালধীয়া হাৱাই চেণ্ডেল বিচাৰি। কিন্তু কিয়? কি কাৰণে এযোৰ হাৱাই চেণ্ডেলৰ বাবে কান্দি উঠিল চৌধুৰী পৰিয়ালৰ সৰু বোৱাৰী? এনে বহুকেইটা প্ৰতিবাদৰ কাহিনী। নিৰ্বাচিত, শোষিত মানুহৰ প্ৰতি প্ৰেম ভালপোৱা আৰু শোষণ নিৰ্যাতন অত্যাচাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদৰ এমুঠি গল্প। সন্ত্ৰাসবাদৰ পৰা নাৰী মুক্তিলৈকে, সামাজিক দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পাৰিবাৰিক অন্তঃসাৰশূণ্যতা আৰু ভঙ্গুৰতালৈকে বিভিন্ন বিষয় বস্তুৰ মনোগ্ৰাহী এখন গল্প সংকলন। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ গল্প সংকলন 'মৰুভূমিত মেনকা আৰু অন্যান্য'।

Audiobook details

GenreFantasy, General Fiction
Length5 hrs 49 mins
Narrated byMinakshi Devi
FormatAudiobook
Publish dateJan 30, 2022

More from অৰূপা পটংগীয়া কলিতা

You may also like

Frida KahloGerry Souter6h 5m4.1 (447)$18 · $0.00
Incidents in the Life of a Slave GirlHarriet Jacobs8h 27m4.4 (105K)$2 · $0.00
Flight of the SparrowAmy Belding Brown10h 59m4.1 (20.3K)$23
JulipJim Harrison8h 54m4.1 (1.1K)$20 · $0.00
KahloGerry Souter1h 19m4.1 (665)$8 · $0.00
LajjaTaslima Nasrin8h 19m3.7 (6.5K)$12
As I Lay DyingWilliam Faulkner7h 11m4.0 (230.1K)$2 · $0.00
Runnin' with the DevilNoel Monk, Joe Layden11h 1m4.3 (5.3K)$29 · $0.00
العارTaslima Nasrin7h 17m3.6 (6.6K)$15 · $0.00
Twelve Years a SlaveSolomon Northup7h 48m4.3 (140.2K)$20
An Unlasting HomeMai Al-Nakib12h 5m4.1 (1.7K)$29 · $0.00
Stalin's DaughterRosemary Sullivan19h 43m4.2 (7.2K)$40 · $0.00
GerminalÉmile Zola20h 25m4.3 (100.3K)$0.70 · $0.00
غرفة العناية المركزةعزالدين شكري فشير10h 9m3.8 (3.6K)$15 · $0.00
Не садись в машину, где двоеЛюдмила Петрушевская6h 14m$4 · $0.00
Awaken: Rya Series 4Barbara Bolzan13h 18m4.5 (73)$12 · $0.00
THE TRAIL OF TEARSDavid Whitcomb Hayes6h 28m$6 · $0.00
Man in ArmourSiobhan McKenna11h 10m4.0 (277)$29 · $0.00
L'épidémie des congés maladie chez les enseignants du QuébecStéphane Labbé4h 49m$16 · $0.00
La mia vita senza di meJasmina Tešanović7h 17m$7 · $0.00