Length3h 13m
About this audiobook
অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা উপন্যাস সমূহৰ ভিতৰত অৰুপা পটংগীয়া কলিতাৰ 'মৃগনাভি' অন্যতম। ঔপনাসিক গৰাকী প্ৰথম প্ৰচেষ্টা 'মৃগনাভি'ত এগৰাকী নাৰীৰ জীৱনৰ বিকাশ আৰু সমাজৰ বান্ধোনে জীৱন শিথিল কৰিব খোজা মানসিকতাৰ প্ৰতিচ্ছবি গভীৰ মমতাৰে দাঙি ধৰিছে। পুৰুষতান্ত্ৰিক সমাজে বিভীষিকাময় কৰি তোলা উপন্যাসখনিৰ কেন্দ্ৰীয় চৰিত্ৰ 'সোণতৰা'ৰ জীৱনৰ দুৰ্যোগময় সময়তো আত্মিক প্ৰেমে কেনেকৈ তেওঁক পুনৰবাৰ জীয়াই তুলিছে সেয়া অতি মনোগ্ৰাহীকৈ উপন্যাসখনিত তুলি ধৰা হৈছে।
Audiobook details
GenreFantasy, General Fiction
Length3 hrs 13 mins
Narrated byPranami Kaushik
FormatAudiobook
Publish dateMay 29, 2021
