Length13h 9m

About this audiobook

ফটাকানিৰ দৰা কইনাক কাপোৰ পিন্ধোৱা বয়সতে বিধৱা হৈছিল মৌজাদাৰৰ জীয়েক ৰত্নমালা। মৌজাদাৰৰ ঘৰখন মৰিশালি যেন হৈ পৰিল। বিধৱা জীয়েকৰ মুখত হাঁহি বিৰিঙাবলৈ জীয়েকক পঠিয়াই দিয়ে খুৰাক কুলধৰ বৰুৱাৰ সৈতে। ৰত্নমালা যেন সলনি হৈ আহে লাহে লাহে। ৰত্নমালাহঁতৰ হাতীজনীৰ নামো ৰত্নমালা। তাইয়ে দিয়া নাম। সেই ৰত্নমালাৰ মাউট কিনাৰাম বড়ো। মৌজাদাৰৰ জীয়ৰী ৰত্নমালা আৰু কিনাৰাম বড়োৰ মাজত গঢ়ি উঠে এক সম্পৰ্ক। হঠাতে যেন সলনি হয় কাহিনীৰ দৃশ্যপট। খুড়াকৰ ঘৰৰ পৰা ৰাতিয়েই মানুহ ৰত্নমালা আৰু হাতী ৰত্নমালা নোহোৱা হ'ল। তাৰ পিছত হাতী ৰত্নমালা ঘূৰি আহিল। কিন্তু মানুহ ৰত্নমালা নাহিল। মৃত্যুক সাৱটি লোৱা ৰত্নমালাই এৰি গ'ল যুতিমালাক। যুতিমালাৰ কেঁচুৱা অৱস্থাতে গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ হ'ল কিনাৰাম বড়োৰ মৃতদেহ। যুতিমালাৰ জীৱনলৈ আহিল ক্ষিতিষ ঘোষ নামৰ এজন বঙালী সম্প্ৰদায়ৰ লোক। এখন সুখৰ সংসাৰ যুতিমালা আৰু ক্ষিতিষ ঘোষৰ। পুনৰ সলনি দৃশ্যপট। আৰম্ভ হৈছিল অশান্ত সময়। কেউফালে বন্দুক-বাৰুদৰ খেলা হৈছিল। জাতিগত সংঘৰ্ষত নিথৰ হৈ পৰিল ক্ষিতিষ ঘোষ। ক্ষিতিষৰ ঘৰত জুই লগাই দিছিল। জুইৰ তাপে দহি নিছিল যুতিমালাক। তাইৰ বুকুৰ কেঁচুৱাকনক কোনোবাই পেলাই দিছিল কাষৰ পুখুৰীটোত। কিন্তু ভাগ্যৰ বলত জীয়াই আছিল সেই কেঁচুৱাটি। তাইয়ে আছিল ফেলানী। এই ফেলানীৰ বিয়া হৈছিল লম্বোদৰলৈ। কেনে আছিল ফেলানীৰ জীৱন? সুখৰ হৈছিল নে? শেষ পৰিণতি কি হ'লগৈ ফেলানীৰ? গোষ্ঠীগত সংঘৰ্ষই বাৰে বাৰে তচনচ কৰি পেলোৱা মানুহবোৰৰ জীৱন সংগ্ৰামৰ দস্তাবেজ, প্ৰখ্যাত ঔপন্যাসিক অৰূপা পটঙ্গীয়া কলিতাৰ জনপ্ৰিয় উপন্যাস 'ফেলানী' এইবাৰ শুনক ষ্টৰীটেলত।

Audiobook details

Rating★★★★ 4.1 (57)
Includes Goodreads, Amazon, StoryGraph
GenreGeneral Fiction
Length13 hrs 9 mins
Narrated byMeenakshi Devi
FormatAudiobook
Publish dateSep 20, 2021

More from অৰূপা পটংগীয়া কলিতা

You may also like

De man die lucht verkocht in het Heilige LandOmer Friedlander7h 44m4.2 (1.2K)$18 · $0.00
Waiting for the Long Night MoonAmanda Peters5h 23m4.1 (3.8K)$28 · $0.00
A Thousand Trails HomeSeth Kantner8h 2m4.4 (524)$20 · $0.00
Бывший сынСаша Филипенко6h 2m4.2 (1.5K)$4 · $0.00
El legadoSybille Bedford12h 3m3.8 (2K)$12 · $0.00
MachandelRegina Scheer15h 28m4.3 (806)$21
My Brother Sam Is DeadJames Lincoln Collier, Christopher Collier4h 31m4.1 (52.9K)$20
Forgotten CountryCatherine Chung8h 58m3.7 (3.8K)$22 · $0.00
Clock Without HandsCarson McCullers8h 4m4.0 (5.8K)$1 · $0.00
The DispossessedSzilard Borbely9h 17m4.1 (1.2K)$29 · $0.00
Sudety. Raj utraconyJaroslav Rudiš7h 35m4.1 (469)$15 · $0.00
Miss del RíoBárbara Mujica13h 2m3.8 (1.5K)$33 · $0.00
Homeland and Other StoriesBarbara Kingsolver3h4.0 (11K)$18 · $0.00
PaulaIsabel Allende15h 47m4.3 (67.9K)$15 · $0.00
From a Low and Quiet SeaDonal Ryan5h 42m4.0 (14K)$20 · $0.00
The Bone FireGyörgy Dragomán17h 25m4.0 (2K)$40 · $0.00
Behind the Scenes: Thirty Years a Slave and Four Years in the White HouseElizabeth Keckley6h 19m4.1 (6.4K)$1 · $0.00
Unger üsGuy Krneta3h 4m$25 · $0.00
РайгородАлександр Гулько13h 57m4.5 (28)$4 · $0.00
KozAbidin Parıltı5h 10m3.8 (35)$15 · $0.00