Length10h 9m

About this audiobook

বৰদোৱানী আৰু পুণ্যধৰৰ প্ৰেম সাধাৰণ হৈও অদ্ভুত ধৰণে অসাধাৰণ যেন! বৰদোৱানীৰ ভালপোৱাই ত্যাগ, মমতা, দায়িত্ব, একাকিত্বৰ এক মিশ্ৰিত আভাস দিও এটা সময়ত যেন দৈবিয় এক পৰ্যায় পাইছেগৈ.. পুণ্যধৰক সেই ভালপোৱাই আলোকিত কৰিব পাৰিলে নে? কি হ'ল পুণ্যৰ দ্বিতীয় পত্নী আৰু সন্তানহীনা বৰদোৱানীয়ে নিজৰ পেটৰ পোৰ দৰে আপডাল কৰা পুত্ৰৰ? জীৱন সংঘৰ্ষৰেই অন্য এক নাম হলেও শেষলৈ কেৱল ভালপোৱাই মানুহক উজ্জিৱিত কৰে, উদ্ধাৰ কৰে। বৰদোৱানীৰ জীৱন কাহিনীত ঔপন্যাসিকে বাৰম্বাৰ যেন তাকেই প্ৰতিপন্ন কৰিছে। মণিকুন্তলা ভট্টাচাৰ্যৰ কলমত প্ৰাণ পাই উঠা বৰদোৱানীৰ জীৱন তথা প্ৰেমৰ এই সচাঁ কাহিনীটো প্ৰথমবাৰৰ বাবে অত্যন্ত অন্তঃস্পৰ্শী ৰূপত পাঠ কৰিছে জনপ্ৰিয় তথা সংবেদনশীল অভিনয় শিল্পী মলয়া গোস্বামীয়ে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। আহকচোন শুনো!

Audiobook details

GenreFantasy, General Fiction
Length10 hrs 9 mins
Narrated byMalaya Goswami
FormatAudiobook
Publish dateMar 8, 2022

More from মণিকুন্তলা ভট্টাচাৰ্য

You may also like

Turn Around Bright EyesRob Sheffield6h 55m3.9 (4K)$24 · $0.00
Breakup BootcampAmy Chan8h 44m4.2 (1.7K)$26 · $0.00
La encomiendaMargarita García Robayo4h 45m3.7 (3.1K)$21 · $0.00
Debimos ser felicesRafaela Lahore1h 53m4.1 (823)$13 · $0.00
Любовь, любовь, любовьЛиз Бурбо3h 4m4.3 (380)$4 · $0.00
Cuidando Do Seu Melhor AmigoJoe Santos1h 9m$6 · $0.00
Story Of A Long Distance Marriage, TheSiddesh Inamdar4h 28m3.5 (539)$8
Vida - Uma Caixa De SurpresaProf. Silvio Neves Moreira2h 32m$5 · $0.00
Ek Dagalu AagalVanlata Mehta5h 21m$8
Cole in DistressFeral Sephrian2h 12m$3 · $0.00
Hospice and the Last DaysImad Muratspahic3h 51m$12 · $0.00
Hirvenhovin ElisaElisabeth Maria Beskow6h 37m$1 · $0.00
Surviving LossMia R. Wellington3h 3m$4.10 · $0.00
Cuidados Paliativos, A Arte De Viver Bem Até O RetornoValdira Abreu Magalhães Nina Lee De Sá3h 31m$12 · $0.00
Dawn O'Hara: The Girl Who LaughedEdna Ferber7h 35m3.9 (483)$17
Healing For Adult Daughters Of Emotionally Absent FathersDr. Sarah Mitchell5h 57m$15 · $0.00
Eu, Helena E Outras HistóriasSandra Tagliolatto53m$5 · $0.00
Io e PlutoGiovanni Minardi2h 38m$4.70 · $0.00
ÅtervändarenNoam Frick1h 44m2.4 (23)$18 · $0.00
Merging LivesImad Muratspahic3h 58m$14 · $0.00