Length10h 32m

About this audiobook

নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ জীয়াৰী নিৰ্মলা। উপযুক্ত বয়সত বিয়া হৈ আহে এগৰাকী ডাক্তৰলৈ। অলেখ সপোন, অলেখ আশা। কিন্তু ক'ৰবাত যেন কিবা এটা খেলিমেলি হৈ গ'ল। দুই পুত্ৰ, জীয়াৰীৰ পৰা যেন নিৰ্মলাই ভাবিব নোৱাৰা ধৰণে আঘাত পালে। এসময়ত ৰোগীৰ চিকিৎসা কৰি দপদপাই থকা নিৰ্মলাৰ ডাক্তৰ মানুহজন কৰ্কট ৰোগত আক্ৰান্ত হৈ শৰ্যাশায়ী হয়। মাথোঁ সেয়াই নহয় এটা সময়ত তেওঁ নিৰ্মলাক অকলশৰীয়া কৰি গুচি যায়। তাৰ পিছত কি হয় নিৰ্মলাৰ? ডাঙৰ পুত্ৰ-বোৱাৰী থাকে বাহিৰত। ওচৰতে থকা জীয়েকে নুবুজে মাকৰ মনৰ কথা। সৰু পুত্ৰ ডুবি ৰয় মদৰ মাজত আৰু বোৱাৰী ব্যস্ত নিজৰ সৈতে। অকলশৰীয়া নিৰ্মলা। মাটি সম্পত্তি লৈ সৰু পুত্ৰ-বোৱাৰীৰ অশান্তি। নিৰ্মলাক যেন নিবিচাৰে সিহঁতে ঘৰখনত। উপায়ন্তৰ হৈ সিদ্ধান্ত লয় নিৰ্মলাই। তেওঁ গুচি যাব বৃদ্ধাশ্ৰমলৈ। আৰু সিদ্ধান্তমৰ্মেই তেওঁ গুচি যায়। কিন্তু সুখী হ'ব পাৰিলে নে নিৰ্মলা? কি হ'ল নিৰ্মলাৰ জীৱনৰ? বুজি পালেনে পুত্ৰ -জীয়াৰীয়ে তেওঁক? বৃদ্ধ বয়সৰ দুখ কষ্ট, অৱমাননা, বৃদ্ধাশ্ৰমৰ বৃদ্ধ সকলৰ মৰ্মবেদনাৰ হৃদয়স্পৰ্শী উপস্থাপন মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস 'বন্ধ ঘৰৰ খিৰিকী'।

Audiobook details

GenreFantasy, General Fiction
Length10 hrs 32 mins
Narrated byMegha
FormatAudiobook
Publish dateMay 20, 2021

More from মণিকুন্তলা ভট্টাচাৰ্য

You may also like

The Truth About AaronJonathan Hernandez5h 15m4.3 (2.5K)$24 · $0.00
Les Faux-monnayeursAndré Gide13h 11m4.0 (13.8K)$1 · $0.00
The Ghost WriterPhilip Roth4h 31m3.9 (15.5K)$17 · $0.00
Reader, I Murdered HimBetsy Cornwell8h 20m3.5 (2.7K)$20
Die unsichtbare SammlungStefan Zweig3h 19m4.1 (481)$2.30
The Secrets We Left BehindWright, Susan E9h 36m3.7 (7.3K)Free
Long Day's Journey into Night (Annotated)Eugene O'Neill6h 55m4.3 (68.8K)$2 · $0.00
A Father’s AffairKarel van Loon6h 34m3.5 (5.9K)$17
No y mil veces noNina Lykke8h 8m3.7 (6.5K)$12 · $0.00
Bonita AvenuePeter Buwalda19h 52m3.8 (13.8K)$25 · $0.00
As três irmãs e O véu: Dois contos de Júlia Lopes de AlmeidaJúlia Lopes de Almeida29m$2 · $0.00
ParísMarcos Giralt Torrente9h 47m3.7 (101)$18 · $0.00
Clown Grimaldi (Kommentiert)Charles Dickens11h 49m4.1 (13)$1 · $0.00
Historia de mi madre muertaAscanio Cavallo4h 54m4.4 (20)$10 · $0.00
Цинковые мальчикиСветлана Алексиевич10h 24m$4 · $0.00
Mutters Hände und andere ErzählungenBjörnstjerne Björnson3h 25m$2.30
KärleksbarnetAnne-Lise Boge6h 40m3.4 (76)$18 · $0.00
To grzech tak mówićMarek Modzelewski6h 30m3.8 (23)$13 · $0.00
The MarriagesHenry James1h 26m3.5 (97)$2.30 · $0.00
The Ways of Life: Two StoriesMrs. Oliphant5h 28m$2.30 · $0.00