Length11h 43m
About this audiobook
বাস্তৱ চৰিত্ৰৰ সংযোজনেৰে ৰচনা কৰা এক নিৰ্ভেজাল দস্তাবেজ হ'ল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস অৰুন্ধতী। এগৰাকী বিবাহ বিচ্ছেদিত নাৰীৰ সূক্ষ্মতম অনুভূতিবোৰকো সাৱলীলভাৱে এই উপন্যাসখনত উপস্থাপন কৰা হৈছে। স্বামী-স্ত্ৰীৰ দাম্পত্য জীৱনৰ কেতবোৰ বাস্তৱিক কথাক নিৰ্মমভাৱে বিশ্লেষণ কৰা হৈছে। এই উপন্যাসখন অসমীয়া সাহিত্য জগতৰ এক সাহসী সংযোজন। 'অৰুন্ধতী' এতিয়া শুনক ষ্টৰীটেলত, শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কণ্ঠত।
Audiobook details
GenreGeneral Fiction
Length11 hrs 43 mins
Narrated bySarmistha Chakravorty
FormatAudiobook
Publish dateJan 31, 2022
