Length4h 22m
About this audiobook
অসমীয়া এদভেনচাৰ সাহিত্যক নতুন ৰূপ দিয়া প্ৰেমনাৰায়ণৰ 'পা-ফু' চিৰিজৰ ২২ খন কালজয়ী উপন্যাস এতিয়া শুনক একমাত্ৰ ষ্টৰীটেলত। আহক, শৈশৱৰ নষ্টালজিয়াক জীয়াই তোলা পাঁচ ফুকনৰ শ্বাসৰূদ্ধকৰ অভিযান তথা ৰহস্য কাহিনীবোৰত আকৌ হেৰাই যাওঁ।
Audiobook details
GenreGeneral Fiction
Length4 hrs 22 mins
Narrated byKumar David Das
FormatAudiobook
Publish dateAug 11, 2022
