Length4h 59m
About this audiobook
প্ৰসিদ্ধ হিন্দী সাহিত্যিক 'প্ৰেমনাৰায়ণ' ৰ 'পা-ফু' ছিৰিজৰ অন্তৰ্গত এখন জনপ্ৰিয় উপন্যাস - ৰামটাঙোন
এই উপন্যাসখনৰ জৰিয়তে এচাম কুচৰিত্রৰ লোকে কৰা দুৰ্নীতি আৰু এই লোকসকলক উচিত শাস্তি প্ৰদান কৰা 'পা-ফু' দলৰ সদস্য সকলৰ ৰোমাঞ্চকৰ কাহিনী ।এই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সাক্ষী হ'বলৈ শুনক ৰামটাঙোন পাপলু চেতিয়াৰ কন্ঠত কেৱল 'ষ্টৰিটেল' ৰ যোগেদি ॥
Audiobook details
GenreMystery and Thriller
Length4 hrs 59 mins
Narrated byPaplu Chetia
FormatAudiobook
Publish dateMar 7, 2023
