Xaapor Saalor Juta
Mature
Audio only

Xaapor Saalor Juta

By মামণি ৰয়ছম গোস্বামীNarrated by Liuchinya Borchetia
Length1h 50m

About this audiobook

১৯৭৫ চনৰ দিল্লীৰ পৰিৱেশ কেনে আছিল? দিল্লী বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ যোৱা গায়ত্ৰী, নিসংগতাই কোঙা কৰি পেলোৱা গায়ত্ৰী। গায়ত্ৰীয়ে গৱেষণা সম্পূৰ্ণ কৰিব পাৰিলে নে? নিজৰ প্ৰিয় পুৰুষৰ কাষলৈ ঘূৰি যাবলৈ বিচৰা গায়ত্ৰী কেনে অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল ? নিসংগ মূহুৰ্তত গায়ত্ৰীক সংগ দিয়া অমৰেন্দ্ৰ চৌধুৰী কোন? জানিবলৈ শুনক ষ্টৰীটেল যোগে মামনি ৰয়চম গোস্বামী ৰ 'সাপৰ ছালৰ জোতা'।

Audiobook details

GenreGeneral Fiction
Length1 hr 50 mins
Narrated byLiuchinya Borchetia
FormatAudiobook
Publish dateJan 15, 2021

More from মামণি ৰয়ছম গোস্বামী

You may also like