Hridoy Ek Nodir Naam
Audio only

Hridoy Ek Nodir Naam

By মামণি ৰয়ছম গোস্বামীNarrated by Meghna Choudhury
Length6h 10m

About this audiobook

বিভিন্ন পটভূমিত ভিন্ন ধৰণৰ চৰিত্ৰক লৈ ৰচিত এমুঠি গল্প। সমাজৰ অনেক দিশ সামৰি লিখা এইসমূহ গল্পৰ মাজত প্ৰকাশ পাইছে জাতিবাদ তথা সৰ্বহাৰাৰ দস্তাবেজ। গল্পসমূহৰ মাজত ফুটি উঠিছে মহানগৰৰ বুকুত নিষ্পেষিত হোৱা মানৱীয়তাৰ ছবিখন। 'ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ মুঠ সাতোটি ভিন্ন স্বাদৰ গল্পৰ সংকলন 'হৃদয় এক নদীৰ নাম'।

Audiobook details

GenreFantasy, General Fiction
Length6 hrs 10 mins
Narrated byMeghna Choudhury
FormatAudiobook
Publish dateApr 28, 2021

More from মামণি ৰয়ছম গোস্বামী

You may also like