Length8h 9m
About this audiobook
৬০ৰ পৰা ৮০ৰ দশকলৈ লিখা তিনিখন ব্যঙ্গ ৰচনা-পুথিৰ একত্ৰ সংকলন, ৰম্যকথা। লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ হোৱা অসমীয়া বুদ্ধিদীপ্ত ব্যঙ্গ-ৰচনাৰ প্ৰৱাহত ৰম্যকথাৰ ৰচক ভদ্ৰ বৰাৰ নাম অন্যতম। কেইবাদশক আগেয়ে ৰচিত হ'লেও আমি নিশ্চিত যে ই আপোনাৰ সমুখত বৰ্তমানৰ সামঞ্জস্য তুলি ধৰিব। লগতে আপোনাৰ পেটৰ নাড়ীও ডাল-ডাল কৰিব। ভদ্ৰ বৰা ৰচিত ৰম্যকথা শুনক ভাস্কৰজ্যোতি আচাৰ্য্যৰ কণ্ঠত, একমাত্ৰ ষ্টৰীটেলত।
Audiobook details
GenreFantasy, General Fiction
Length8 hrs 9 mins
Narrated byBhaskarjyoti Acharjya
FormatAudiobook
Publish dateMay 18, 2021
