Paapor Prithibi
Audio only

Paapor Prithibi

By মনালিছা শইকীয়াNarrated by Jhunakangkan Bhuyan
Length5h 24m

About this audiobook

দুই বন্ধু আধাৰ আৰু শ্যামকাণু। আৰু সিহঁতৰ দৰেই বহুত যুবক। বাহিৰত ৰুক্ষ, কৰ্কশ চেহেৰা এটা লৈ থাকে যদিও সিহঁতে যেন কঢ়িয়াই লৈ ফুৰে এখন নিস্পাপ প্ৰেমীক হৃদয়। অপ্ৰাপ্তিৰ হাঁহাকাৰ লৈ আনক সুখী কৰিবলৈ যত্ন কৰা এই যুৱক দুজনে সদায় নিজৰ ওচৰত সৎ হবলৈ বিচাৰে। একাকীত্ব, নিসংগতাই পিষ্ট' কৰে সিঁহতক। প্ৰতিভা আছে, উদ্দীপনা আছে, আছে ইতিবাচক চিন্তাৰে মানুহ আৰু সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ। তাৰ পিছতো কিয় বিপথে যায় যুৱমন? যৌৱনৰ প্ৰচণ্ড শক্তিক যৰ্থাথভাৱে ব্যৱহাৰ কৰিবলৈ কিয় বাট বিচাৰি হাবাথুৰি খাই যুৱপ্ৰজন্মই? পথ প্ৰদৰ্শকৰ অভাৱ নে আন্তৰিকতাৰ অভাৱ? এনে বহু প্ৰশ্নৰ উত্তৰ পাবলৈ শুনক 'ষ্টৰীটেল' যোগে ঔপন্যাসিক, গল্পকাৰ মনালিছা শইকীয়াৰ উপন্যাস 'পাপৰ পৃথিৱী'।

Audiobook details

GenreGeneral Fiction
Length5 hrs 24 mins
Narrated byJhunakangkan Bhuyan
FormatAudiobook
Publish dateJun 8, 2022

More from মনালিছা শইকীয়া

You may also like