Xongxoninaad
Audio only

Xongxoninaad

By মনালিছা শইকীয়াNarrated by Mayuri Dutta
Length4h 2m

About this audiobook

'আপুনি এতিয়াও স্বাধীনতাৰ সপোন দেখেনে?' প্ৰজ্ঞাই সোধে। কোন এই প্ৰজ্ঞা? কাৰ প্ৰতি এই প্ৰশ্ন প্ৰজ্ঞাৰ? কুৰি শতিকাৰ শেষৰ দুটা দশক। এই সময়ছোৱা অসমৰ সমাজ জীৱনক অস্থিৰ অশান্ত কৰি ৰখা ৰক্তাক্ত সময়। এফালে অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু আনফালে সশস্ত্ৰ সংগ্ৰাম। কিন্তু এই আন্দোলন, এই সংগ্ৰাম হঠাতে ঠন ধৰি উঠিছিল নে? নে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ৰাজনীতি, সমাজনীতিত ক্ৰমাগতভাৱে এনে সংগ্ৰামবোৰৰ পটভূমি গঢ় লৈ উঠিছিল? আন্দোলনৰ নামত এচাম তৰুণে জীৱনৰ এছোৱা মূল্যবান সময় বিসৰ্জন দিছিল। আন এচামে জীৱন যৌৱনৰ মোহ এৰি সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল। এনে সামূহিক আত্মত্যাগৰ পৰা অসমে কি পালে? অসম আন্দোলনৰ পৰা আলফাৰ অভিযানলৈকে লক্ষ্য কৰিলে বুজা যায় যে অসম আন্দোলন আৰু আলফা পৰস্পৰৰ বিছিন্ন নহয়। প্ৰবীণ হাজৰিকা কোন? কি কাৰণত প্ৰবীণ হাজৰিকাই ঘৰ এৰি গৈছিল? বায়েক অমিয়াৰ মনত কি কাৰণে ক্ষোভ ৰৈ গৈছে ভায়েক প্ৰবীণৰ প্ৰতি? দেউতাক হৰেন হাজৰিকা, মাক শশীপ্ৰভাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিল প্ৰবীণৰ? প্ৰবীণৰ দৰে যুৱ প্ৰজন্মই ঘূৰিছিল নেকি মৰিচীকাৰ পিছত? স্বাধীনতাৰ পিছত আৰম্ভ হোৱা আন্দোলনে কেনেধৰণৰ ভয়াবহ দিন নমাই আনিছিল। অহিংসা আন্দোলন এটাই ক্ৰমে ঢাল লৈছিল সশস্ত্ৰ বিপ্লৱলৈ। তাৰ মাজে মাজে আৰম্ভ হৈছিল লেতেৰা ৰাজনীতি। বিদেশী খেদাৰ নামত আপোনজনৰ তেজেৰে হাত ৰাঙলী কৰিবলৈও যেন কুণ্ঠাবোধ হোৱা নাছিল। কেনে আছিল সেই সময়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক জনপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক মনালিছা শইকীয়াৰ উপন্যাস 'শংখনিনাদ'।

Audiobook details

GenreGeneral Fiction
Length4 hrs 2 mins
Narrated byMayuri Dutta
FormatAudiobook
Publish dateJun 15, 2022

More from মনালিছা শইকীয়া

You may also like

Girl Gurl Grrrl
Girl Gurl GrrrlKenya Hunt5h 39m4.1 (1.8K)$24 · $0.00
Sure of You
Sure of YouArmistead Maupin3h4.2 (12.9K)$18 · $0.00
A God in Ruins
A God in RuinsLeon Uris6h 6m3.7 (4K)$24 · $0.00
الباقي من الزمن ساعة
الباقي من الزمن ساعةنجيب محفوظ5h 11m3.8 (2.8K)$15 · $0.00
John Lennon: The Life
John Lennon: The LifePhilip Norman12h 51m4.3 (13.3K)$33 · $0.00
Frida Kahlo și opere de artă
Frida Kahlo și opere de artăGerry Souter1h 24m4.0 (447)$15 · $0.00
Mullappoo Niramulla Pakalukal
Mullappoo Niramulla PakalukalBenyamin10h3.9 (2.4K)$12
Tell the Truth & Shame the Devil
Tell the Truth & Shame the DevilLezley McSpadden10h 28m4.3 (881)$20
For Such a Time as This
For Such a Time as ThisElliot Cosgrove6h 51m4.5 (313)$24 · $0.00
Прислуга
ПрислугаКэтрин Стокетт18h 9m4.5 (3.2M)$5 · $0.00
Walking in My Joy
Walking in My JoyJenifer Lewis7h 27m4.4 (2.7K)$24 · $0.00
Invisible Labor
Invisible LaborRachel Somerstein10h 34m4.2 (803)$29 · $0.00
The Subjection of Women
The Subjection of WomenJohn Stuart Mill4h 44m4.2 (17.5K)$0.60 · $0.00
Selbstliebe – Über Herkunft und Gerechtigkeit (ungekürzt)
Selbstliebe – Über Herkunft und Gerechtigkeit (ungekürzt)bell hooks6h 43m4.3 (2.5K)$22 · $0.00
طبائع الاستبداد ومصارع الاستعباد: إعادة بناء معاصرة
طبائع الاستبداد ومصارع الاستعباد: إعادة بناء معاصرةعبد الرحمن الكواكبي1h 9m4.2 (10.7K)$7 · $0.00
Demons
DemonsFyodor Dostoevsky28h 26m4.3 (171.1K)$4 · $0.00
New Daughters of Africa
New Daughters of AfricaMargaret Busby42h 10m4.4 (495)$29 · $0.00
جمهورية كأن
جمهورية كأنAlaa al-Aswany13h 46m4.0 (5.8K)$20 · $0.00
Inverse Cowgirl
Inverse CowgirlAlicia Roth Weigel6h 31m4.1 (1.7K)$24 · $0.00
Ángel Guerra
Ángel GuerraBenito Pérez Galdós27h 26m3.9 (35)$22 · $0.00