Length9h 58m
About this audiobook
এজন চিত্ৰশিল্পী। সংঘাত, প্ৰাপ্তি-অপ্ৰাপ্তিৰ বৈচিত্ৰৰে ভৰা তেওঁৰ জীৱনলৈ কিছুমান বিশেষ মানুহ আহে। লগতে আহে কিছু গধুৰ সময়। শিল্পীৰ জীৱনৰ সুক্ষ্মাতিসুক্ষ্ম ঘটনাবোৰ সাৱলীলভাৱে প্ৰকাশ পাইছে চৈয়দ আব্দুল মালিকৰ যাদুকৰী কলমত। জনপ্ৰিয় উপন্যাস 'মাটিৰ চাকি' এইবাৰ শুনক ষ্টৰীটেলত।
Audiobook details
GenreFantasy, General Fiction
Length9 hrs 58 mins
Narrated byDibson Lal Baruah
FormatAudiobook
Publish dateSep 2, 2021
