
Audio only
Length4h 38m
About this audiobook
এক চমৎকাৰ অৰ্থঘন, যাদুকৰী ভাষাৰ ব্যৱহাৰ আৰু অনন্য কথনশৈলীৰ এমুঠি গল্প। গল্পসমূহৰ বিষয়বস্তুৰ বৈচিত্ৰ আৰু ইয়াৰ বিস্তৃতি এই গল্প সমূহৰ অন্য এক গুৰুত্বপূৰ্ণ কথা। কলা অথবা বিজ্ঞান, ধৰ্ম অথবা অৰ্থনীতি তথা নিৰবধিভাৱে বৈ থকা এটি নিৰ্মল হাস্যৰসৰ সুতিয়ে আছন্ন কৰি ৰাখিব পৰা ১৪ টা ভিন্নস্বাদৰ গল্প। কি আছে এই গল্পসমূহৰ ভিতৰত? এই সকলোখিনি জানিবলৈ শুনক ষ্টোৰীটেল যোগে প্ৰথিতযশা গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প সংকলন 'লিংগমুক্ত পৃথিৱীৰ সাধু এটা'।
Audiobook details
GenreFantasy, General Fiction
Length4 hrs 38 mins
Narrated bySarangapani Bhuyan
FormatAudiobook
Publish dateApr 20, 2021