Dharma
Audio only

Dharma

By আমিশ ত্ৰিপাঠীNarrated by R.J. Tarun
Length6h 58m

About this audiobook

এজন চচ্-চেফ নাচিকেত অনন্ত সাৱন্ত। তেওঁৰ পত্নী গাৰ্গী, শহুৰ ধৰ্মৰাজ আৰু শাহুৱেক লোপামুদ্ৰাৰ মাজত সাধাৰণতে কিছুমান কথাৰ আলোচনা হৈ থাকে। এইয়া তাৰেই কিছু অংশ। সেইদিনা আলোচনা প্ৰথম আৰম্ভ হয় নাচিকেত আৰু ধৰ্মৰাজৰ মাজত। পিছলৈ তাত যোগ দিয়েহি লোপামুদ্ৰা আৰু গাৰ্গীয়ে। আলোচনাৰ আৰম্ভণি বিষয় বস্তু আছিল কৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে কেৱল ভাল কাৰ্য কৰাটোৱেই বুজাই নে ভালে বেয়াই কৰা দুয়োটা কাৰ্যকে বুজাই? কৰ্মৰ পৰা তেওঁলোকৰ মাজলৈ আহিল লিও' শ্বিআওব, চিপিচিৰ কথা।সেই কথাই উনুকিয়াই গ'ল বিশ্ব ৰাজনীতিৰ কথা। তাৰ মাজতে ওলাল ধৰ্মৰ কথা। প্ৰাচীন গ্ৰীচৰ ইকাৰাছৰ কথাই ঠাই ল'লে তেওঁলোকৰ আলোচনাত। ইকাৰাছৰ পৰা ই আগবাঢ়িল বেদৱতী আৰু ৰাৱণৰ মাজলৈ। তেওঁলোকৰ আলোচনা বাঢ়ি গৈ থাকে তেনেদৰেই। কৰ্ম আৰু ধৰ্ম কথা কবলৈ যাওঁতে তেওঁলোকে পাতি যায় ৰামায়ণৰ কথা, মহাভাৰতৰ কথা। যুক্তি তৰ্ক হয় কোন শুদ্ধ, কোন অশুদ্ধ তাকে লৈ। ৰাম নে ৰাৱণ, কৌৰৱ নে পাণ্ডৱ? কোন শ্ৰেষ্ঠ, নাৰায়ণ নে শিৱ? তেওঁলোকে বিচাৰি উলিয়াই কিছু কথা। কৌৰৱসকলৰ নিজৰ শক্তি আছিল। পাণ্ডৱসকলৰ নিজৰ দুৰ্বলতা। ভগৱান ৰামৰো নিজৰ সংকোচৰ মূহূৰ্ত আছে, আছে মাতৃ সীতাৰ গভীৰতা। গুৰু বশিষ্ঠ আৰু গুৰু বিশ্বামিত্ৰৰ মাজত উমৈহতীয়া সংঘাত। ৰাৱণ আঘাতপ্ৰাপ্ত, কুম্ভকৰ্ণ হৃদয়পূৰ্ণ। মন্থৰাৰো আছে নিজস্ব বেদনা। ভগৱান শিৱৰ যদি খং আছে, মাতৃ কালীৰো ক্ষোভ আছে। গণেশৰ গুপুত কথা থকাৰ দৰে পৰ্বতেশ্বৰৰ আছে সীমাৱদ্ধতা। ব্ৰাহাস্পতিৰ সন্তুষ্টি আছে যদি মাতৃ সতীৰ আছে নিজে লগাই লোৱা শিকলি। ভগৱান শিৱৰ পৰা দুশাসনলৈকে এই সকলোবোৰ জানো আমাৰ মাজতে নাই? কিন্তু কেনেকৈ? অলপ চিন্তাৰ বিষয়। কিবা এটা খেলিমেলি। কি এই খেলিমেলি? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু পল্লৱী ডেকাই অসমীয়া

Audiobook details

Rating★★★★ 3.8 (2.5K)
Includes Amazon, Goodreads, StoryGraph, LibraryThing
GenrePsychology
Length6 hrs 58 mins
Narrated byR.J. Tarun
FormatAudiobook
Publish dateAug 5, 2022

More from আমিশ ত্ৰিপাঠী

You may also like

Razza e Storia e altri studi di Antropologia
Razza e Storia e altri studi di AntropologiaClaude Lévi, Strauss3h 45m4.4 (1.4K)$11 · $0.00
Pasta, Pane, Vino
Pasta, Pane, VinoMatt Goulding9h 9m4.3 (985)$29 · $0.00
You Are Eating an Orange. You Are Naked.
You Are Eating an Orange. You Are Naked.Sheung-King4h 4m3.8 (1.8K)$24 · $0.00
Wilhelm Meisters Wanderjahre
Wilhelm Meisters WanderjahreJohann Wolfgang von Goethe18h 46m3.9 (2K)$3
Die Rückkehr des verlorenen Sohnes (Kommentiert)
Die Rückkehr des verlorenen Sohnes (Kommentiert)Andre Gide2h 26m3.9 (1.2K)$1 · $0.00
The Legends of the Jews (Vol. 1-4) (Annotated)
The Legends of the Jews (Vol. 1-4) (Annotated)Louis Ginzberg53h 16m4.5 (426)$1.99 · $0.00
The Exodus
The ExodusRichard Elliott Friedman5h 51m4.2 (2K)$17
Celebrate Malay Muslim Festivals
Celebrate Malay Muslim FestivalsSuzanne Lauridsen9m$6 · $0.00
Food and Faith
Food and FaithShoba Narayan9h 8m4.0 (257)$18 · $0.00
The Todas
The TodasW. H. R. Rivers27h 27m$2.40
Days of Obligation
Days of ObligationRichard Rodriguez8h 15m3.7 (504)$17 · $0.00
The Book of Fair Women
The Book of Fair WomenRichard King, E. O. Hoppé2m$2 · $0.00
Tornar-se homem
Tornar-se homemFlavia Bonfim10h 58m$8 · $0.00
Gemelos. Orientaciones sobre su crianza y desarrollo psicológico
Gemelos. Orientaciones sobre su crianza y desarrollo psicológicoElena Franklin5h 50m$19 · $0.00
A Ásia é logo ali
A Ásia é logo aliVários Autores1h 37m4.2 (26)$3 · $0.00
Italienisch lernen Audio - Raphael und die Städte seines Wirkens
Italienisch lernen Audio - Raphael und die Städte seines WirkensMarco Montemarano1h 1m$17
Historias misteriosas de los celtas
Historias misteriosas de los celtasRun Futthark6h 53m4.3 (11)$10 · $0.00
El mundo de los griegos
El mundo de los griegosFrancesca Chiapponi, Renzo Barsotti44m$10 · $0.00
Receitas Mexicanas
Receitas MexicanasIsabel Dellavec12m$6 · $0.00
Бакст
БакстЭлизабет Инглес2h 19m4.1 (19)$18 · $0.00