Raavan
Audio only

Raavan

By আমিশ ত্ৰিপাঠীNarrated by Deepak Kumar Roy
Length14h

About this audiobook

ৰাম চন্দ্ৰ শৃংখলাৰ এই আমোদজনক তৃতীয়খন গ্ৰন্থত লংকাৰ ৰজা ৰাৱণৰ ওপৰত আলোকপাত কৰা হৈছে। অন্ধকাৰক বাদ দি পোহৰৰ কোনো উদ্দেশ্য নাই বা এনেকৈও কব পাৰি যে খলনায়ক অবিহনে নায়ক ৰূপী দেৱতাসকলৰ কি কাম ? খ্ৰী: পূ: ৩৪০০ ৰ ভাৰতবৰ্ষ এখনি অশান্তি,দাৰিদ্র আৰু বিশৃঙ্খলাৰে পৰিপূৰ্ণ দেশ। অধিকাংশ মানুহ নীৰৱে সকলো সহ্য কৰি থাকে আৰু তাৰে কিছু বিদ্ৰোহী হয় যিয়ে এখন উন্নত বিশ্বৰ বাবে যুদ্ধ কৰি থাকে আৰু কিছুৱে নিজৰ বাবে । তাৰে মাজৰ এজন হল 'ৰাৱণ' , এটি শক্তিশালী কিশোৰ জলদস্যু যি সাহস, নিষ্ঠুৰতা আৰু ভয়ংকৰ সংকল্পৰে পৰিপূৰ্ণ । পুৰুষ সমাজত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হোৱাৰ হাবিয়াস, সকলো মহানতাক জয় কৰা, লুটপাত কৰা আৰু সৰ্বত্ৰ অধিগ্ৰহণ কৰাৰ মানসিকতা, যাক তেওঁ নিজৰ অধিকাৰ বুলি ভাবে । ৰাৱণ বৈপৰিত্যৰ এনে এজন মানুহ যি নৃশংস হিংস্ৰতা আৰু পাণ্ডিত্যপূৰ্ণ জ্ঞানেৰে পৰিপূৰ্ণ। তেওঁ এনে এজন মানুহ যিয়ে প্ৰতিদান অবিহনে ভাল পায় আৰু অনুশোচনা বিহীন ভাবে কাৰোবাক হত্যা ও কৰিব পাৰে। সৰ্বকালৰ আটাইতকৈ জটিল , হিংস্ৰ, আবেগপ্ৰৱন আৰু নিপুণ পুৰুষৰ ওপৰত ৰচিত এখনি মহাকাব্য আমিশ ত্ৰিপাঠীৰ 'ৰাৱণ'। অসমীয়াত সাৱলীলভাবে অনুবাদ কৰিছে খামমুন ফুকনে। দীপক কুমাৰ ৰয়ৰ কণ্ঠত প্ৰাণ পাই উঠা 'ৰাৱণ' এতিয়া শুনক একমাত্ৰ ষ্টৰীটেলত।

Audiobook details

Rating★★★★ 4.2 (57.9K)
Includes Amazon, Goodreads, StoryGraph, LibraryThing
GenreGeneral Fiction
Length14 hrs
Narrated byDeepak Kumar Roy
FormatAudiobook
Publish dateDec 25, 2021

More from আমিশ ত্ৰিপাঠী

You may also like

Stonehenge
StonehengeBernard Cornwell17h 44m3.8 (17.4K)$40 · $0.00
Ravenminder
RavenminderLindsay Cummings15h 32m4.1 (2.1K)$30 · $0.00
Raavan - Aryavart No Shatru
Raavan - Aryavart No ShatruAmish Tripathi13h 59m4.2 (31.2K)$21
The Bright & the Pale
The Bright & the PaleJessica Rubinkowski9h 5m3.6 (3.9K)$29 · $0.00
A Veil of Gods and Kings
A Veil of Gods and KingsNicole Bailey11h 2m4.0 (5.8K)$5.80 · $0.00
Medea of Euripides
Medea of EuripidesEuripides1h 37m4.2 (122.2K)Free
Our Hideous Progeny
Our Hideous ProgenyC.E. McGill12h 31m4.0 (11.1K)$5 · $0.00
Raavanan Aryavarthaavin Ethiri
Raavanan Aryavarthaavin EthiriAmish Tripathi14h 24m4.4 (590)$9
Сделка на смерть
Сделка на смертьСофи Ким, Sophie Kim11h 11m3.8 (3.6K)$5 · $0.00
A Book of Tongues
A Book of TonguesGemma Files10h 5m3.7 (1.4K)$20 · $0.00
Beasts and Beauty
Beasts and BeautySoman Chainani6h 8m4.1 (13.3K)$24 · $0.00
The Wicked Day
The Wicked DayMary Stewart14h 47m4.2 (16.1K)$23
Chmury
ChmuryArystofanes (tłum. Edmund Cięglewicz)2h 31m3.9 (14.1K)Free
Iphigeneia i Aulis
Iphigeneia i AulisEuripides2h 51m4.1 (9.9K)$2 · $0.00
Ravanudu Aryavarta Vairi -Ramchandra 3 - రావణుడు - ఆర్యావర్త వైరి
Ravanudu Aryavarta Vairi -Ramchandra 3 - రావణుడు - ఆర్యావర్త వైరిAmish Tripathi11h 40m4.3 (748)$12
Rabon - Aryaborter Orisreshtho
Rabon - Aryaborter OrisreshthoAmish Tripathi14h 48m4.4 (221)$9
Médée
MédéePierre Corneille2h 22m3.5 (1.3K)$0.70 · $0.00
Black Magic A Tale Of The Rise And Fall Of The Antichrist
Black Magic A Tale Of The Rise And Fall Of The AntichristMarjorie Bowen12h 44m3.8 (529)$2.40
A Rebelião Dos Anjos
A Rebelião Dos AnjosM. A. Graça4h 47m$5 · $0.00
A Guide to Demonic Ascension, Book 1
A Guide to Demonic Ascension, Book 1Tim Saian11h 7m3.4 (72)$20