Audio only

Barmajhili

By Sanjib DekaNarrated by Nishiranjan K Mallika
Length4h 52m

About this audiobook

ৰহিম আলি, পুৰ্ণকান্ত শৰ্মাই যাক ডাঙাৰ ছলি বুলি মাতে। সেই শৰ্মাৰে সৰু পুত্ৰ কৰুণা মঝিলীত ৰহিমৰ লগত একেখন শেতেলীত শুৱে, একেটা পাগতে খাই। কিন্তু এদিন সেই কৰুণাৰ মৃত্যু হৈছিল ৰহিম আলিৰ হাতত। কিন্তু কিয়? দামোদৰ দাসৰ কেইটামান সপোন। দামোদৰ দাসৰ পৰা দামোদৰ শৰ্মা হোৱা, এটা মোবাইল লোৱা, পুতেক আৰু ঘৈণীয়েকক এবাৰ গুৱাহাটী দেখুওৱা আৰু পাৰিলে তাৰ বেমাৰটো এবাৰ ডাক্তৰক দেখুওৱা। পিছে সপোনবোৰ পূৰ কৰিব পাৰিলে নে দামোদৰ দাসে? মনোমতীয়ে অপেক্ষা কৰে, ঘৰৰ মানুহজন আহিব। কিন্তু মানুহজন নাহে। ক'লৈ গ'ল মানুহজন ? মনোমতীৰ ভ্ৰম হয়। কিন্তু সময়ে কি বতৰা লৈ আনে মনোমতীলৈ? সময়ে গ্ৰাম্য জীৱনলৈ অনা বিবিধ পৰিৱৰ্তন আৰু ই সৃষ্টি কৰা মূল্যবোধৰ দ্বন্দ্বক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা এমুঠিমান গল্প। সমাজত প্ৰচলিত taboo ৰ বিস্তৃত বৰ্ণচ্ছতাত কৰ্তৃত্বশীল গোটে প্ৰান্তীয়জনক কৰি অহা শোষণ অৱদমনৰ মৰ্মস্পৰ্শী চিত্ৰ, সমসাময়িক ৰাজনৈতিক কাঠামোৰ ৰুগীয়া স্বৰূপ, জৈৱিক প্ৰাণশক্তিৰে প্ৰোজ্জ্বল মানৱীয় সম্বন্ধৰ গতিশীলতাৰ চিত্ৰায়ন। দৰঙৰ কথ্য ভাষাৰ ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মিত আঠটা গল্প। কি আছে এই গল্প সমূহত? জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক গল্পকাৰ সঞ্জীৱ পল ডেকাৰ গল্প সংকলন 'বৰমঝিলী'

Audiobook details

Rating★★★★ 4.4 (28)
Includes Goodreads, Amazon
GenreMystery and Thriller
Length4 hrs 52 mins
Narrated byNishiranjan K Mallika
FormatAudiobook
Publish dateMar 19, 2023

More from Sanjib Deka

You may also like

Shadows on the RockWilla Cather8h 33m4.1 (6.7K)$2 · $0.00
Under the Greenwood TreeThomas Hardy5h 20m3.8 (18.1K)$14
Local WondersTed Kooser6h 21m4.4 (978)$14 · $0.00
Anne of InglesideL. M. Montgomery10h 52m4.1 (69.3K)$0.60 · $0.00
זיכרונותיו של גנן אנגלירג׳ינלד ארקל3h 57m4.2 (2.8K)$12 · $0.00
A Son of the Middle BorderHamlin Garland13h 41m3.9 (1.6K)$25
Ferroviário Esporte ClubeAristides Leo Pardo2h 4m$6 · $0.00
The Deerfield Raid: Captives, Ransom, and the Making of a FrontierMarcus Hale Whitcomb4h 5m$6
A Small Town Love Story: Colonial Beach, VirginiaSherryl Woods4h 26m3.4 (127)$16 · $0.00
Kamryce PrzyjacieluJerzy Budzisz3h 47m$9.40 · $0.00
Um pouco da história dos AntunesJoel Antunes4h 37m$14
היינו העתידיעל נאמן6h 30m$12 · $0.00
A Festa Da Polenta!Maria Helena Guedes1h 41m$5 · $0.00
À Luz Do DiaRubem Prates5h 36m$5 · $0.00
Coello, TolimaAna Patricia Quintana Ramírez5h 2m$14 · $0.00
Franciszek Pieczka. Portret PrzyjacielaDariusz Domański2h 24m$7.60 · $0.00
Viver, conviver, trabalharMatheus Koslosky5h 9m$12 · $0.00
Plantation ReminiscencesLetitia M. Burwell3h 38m$1 · $0.00
Experiências vividas, naturezas construídasIlsyane do Rocio Kmitta11h 32m$16 · $0.00
Campo Do Brito, SergipeLuiz Menezes2h 30m$6 · $0.00