Eipine Ki Ace
Audio only

Eipine Ki Ace

By Sanjib DekaNarrated by Chinmay Kakati
Length5h 2m

About this audiobook

গাঁৱৰ বৰ মানুহৰ পুতেকৰ কামনাৰ বলি হোৱা তৰামাই যেতিয়া গাঁৱখনৰ প্ৰতিজন মানুহৰ বাবে কলংকিনী হৈ পৰিল, তেতিয়া তাইৰ কাষত থিয় দিয়া একমাত্ৰ ছোৱালীজনী আছিল তাইৰ সখীয়েক নিৰ্মলা। কিন্তু নিৰ্মলাই পাৰিলে জানো সখীয়েকৰ কলংক মুচিবলৈ? আকাল কি সেই সকলোৱে অনুধাৱন কৰিব নোৱাৰে। যদি পাৰিলেহেঁতেন তেতিয়া ভোগেশ্বৰীয়ে জানো দিনে ৰাতিয়ে লঘোণে পাৰ কৰিবলগীয়া হ'লহেঁতেন ? এটা ৰাজনৈতিক দলৰ এখন বেনাৰ হেৰুওৱাৰ পৰা পুলিচ নাৰায়ণ কাকতিৰ শোৱন-খাৱন নোহোৱা হৈছিল। বেনাৰ চুৰ বিচাৰি বিচাৰি যেতিয়া কাকতিয়ে উদ্ধাৰ কৰিলে যে এগৰাকী মহিলাই সেই বেনাৰ লৈ পেটিকোট চিলাবলগীয়া হৈছে, তেতিয়া কাকতিৰ ক'ব লগীয়া বা কৰিবলগীয়া কোনো কামেই নাথাকিল। এনেকুৱাকৈও আকাল হ'ব পাৰে কিছুমানৰ বাবে। সময়ে গ্ৰাম্য জীৱনলৈ অনা বিবিধ পৰিৱৰ্তন আৰু ই সৃষ্টি কৰা মূল্যবোধৰ দ্বন্দ্বক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা এমুঠিমান গল্প। সমাজত প্ৰচলিত taboo ৰ বিস্তৃত বৰ্ণচ্ছতাত কৰ্তৃত্বশীল গোটে প্ৰান্তীয়জনক কৰি অহা শোষণ অৱদমনৰ মৰ্মস্পৰ্শী চিত্ৰ, সমসাময়িক ৰাজনৈতিক কাঠামোৰ ৰুগীয়া স্বৰূপ, জৈৱিক প্ৰাণশক্তিৰে প্ৰোজ্জ্বল মানৱীয় সম্বন্ধৰ গতিশীলতাৰ চিত্ৰায়ন। দৰঙৰ কথ্য ভাষাৰ ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মিত কেইটামান গল্প। কি আছে এই গল্প সমূহত । এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক গল্পকাৰ সঞ্জীৱ পল ডেকাৰ ২০১৯ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপ্ত গল্প সংকলন 'এইপিনে কি আছে'

Audiobook details

GenreMystery and Thriller
Length5 hrs 2 mins
Narrated byChinmay Kakati
FormatAudiobook
Publish dateMar 18, 2023

More from Sanjib Deka

You may also like

Truth Telling
Truth TellingMichelle Good4h 19m4.4 (3.5K)$20 · $0.00
Sure of You
Sure of YouArmistead Maupin3h4.2 (12.9K)$18 · $0.00
My Vanishing Country \ Mi país se desvanece
My Vanishing Country \ Mi país se desvaneceBakari Sellers7h 5m4.3 (10K)$24 · $0.00
Shtum
ShtumJem Lester9h 16m4.1 (8.2K)$23
Before I was a Critic I was a Human Being
Before I was a Critic I was a Human BeingAmy Fung4h 40m4.2 (259)$24 · $0.00
الباقي من الزمن ساعة
الباقي من الزمن ساعةنجيب محفوظ5h 11m3.8 (2.8K)$15 · $0.00
The Gangster We Are All Looking For
The Gangster We Are All Looking Forlê thi diem thúy4h 29m3.8 (4.3K)$15
In Search of Our Mothers' Gardens
In Search of Our Mothers' GardensAlice Walker14h 9m4.4 (12K)$33 · $0.00
New Daughters of Africa
New Daughters of AfricaMargaret Busby42h 10m4.4 (495)$29 · $0.00
Caramelo
CarameloSandra Cisneros15h 57m4.0 (16.5K)$25
In Sensorium
In SensoriumTanaïs9h 4m4.1 (541)$29 · $0.00
A God in Ruins
A God in RuinsLeon Uris6h 6m3.7 (4K)$24 · $0.00
Too Much Lip
Too Much LipMelissa Lucashenko9h 25m4.1 (11.3K)$29 · $0.00
Furious George
Furious GeorgeGeorge Karl, Curt Sampson8h 46m3.9 (1.1K)$29 · $0.00
Infinita Highway
Infinita HighwayAlexandre Lucchese10h 32m4.3 (359)$12 · $0.00
The McCartney Legacy
The McCartney LegacyAllan Kozinn, Adrian Sinclair29h 43m4.5 (1.1K)$53 · $0.00
Animal Dreams
Animal DreamsBarbara Kingsolver11h 50m4.2 (98.9K)$29 · $0.00
Miss Eliza's English Kitchen
Miss Eliza's English KitchenAnnabel Abbs11h 11m4.1 (18.5K)$29 · $0.00
Everybody's Son
Everybody's SonThrity Umrigar10h 38m4.0 (11.3K)$29 · $0.00
Ognuno riconosce i suoi
Ognuno riconosce i suoiElena Rausa7h 44m$12 · $0.00