Audio only

Prahelika

By Premnarayan DuttaNarrated by Paplu Chetia
Length4h 34m

About this audiobook

প্ৰসিদ্ধ হিন্দী সাহিত্যিক 'প্ৰেমনাৰায়ণ' ৰ 'পা-ফু' ছিৰিজৰ অন্তৰ্গত এখন জনপ্ৰিয় উপন্যাস - 'প্ৰহেলিকা' ১৯৫১ চনতে প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখন সেই সময়ৰ এচাম কুচৰিত্রৰ স্বাৰ্থান্ধ লোকে নিৰীহক কৰা শোষণ আৰু এই লোকসকলক উচিত শাস্তি প্ৰদান কৰা 'পা-ফু' দলৰ সদস্য সকলৰ ৰোমাঞ্চকৰ কাহিনী । এফালে শীৰ্ষ আৰক্ষী বিষয়া মিষ্টাৰ ডেভিড, স্পেচিয়েল ইনস্পেক্টৰ আনন্দ মোহন দুৱৰা, সহকাৰী ইনস্পেক্টৰ নগেন্দ্ৰনাথ শইকীয়া । 'পা-ফু' দলৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁলোকৰ অক্লান্ত অভিযান... আনফালে লুভীয়া স্বাৰ্থান্ধ কণক বৰা প্ৰভৃতি লোকসকলক উচিত শিক্ষা দিয়া 'পা-ফু' দল । যিটো দল দলপতি পূজাৰী, পৰাক্ৰমী ভীমসেন, বিজ্ঞ আৰু শ্ৰেষ্ঠ বৈজ্ঞানিক পাৰ্থসিং, ডাক্তৰ নকুল ৰায়, খাছিয়া ৰজাৰ বংশধৰ মিষ্টাৰ হেমিল্টনৰ দৰে শিক্ষিত লোকেৰে গঠিত । কমলকৃষ্ণ দাসৰ মৃত্যুৰ ৰহস্য কি ? কণক বৰাই চক্ৰান্ত কৰি কমলৰ বীমাৰ ধন আত্মসাৎ কৰিব পাৰিলেনে ? মায়া দৰাচলতে কোন ? কমলকৃষ্ণৰ পত্নী যমুনাই প্ৰকৃত ন্যায় পালেনে ? মিষ্টাৰ ডেভিদে নিযুক্তি দিয়া কেপ্তেন ফুদল দৰাচলতে কোন? সকলো কথা জানিবলৈ শুনক 'প্ৰহেলিকা' কেৱল 'ষ্টৰিটেল' ৰ যোগেদি ॥

Audiobook details

GenreMystery and Thriller
Length4 hrs 34 mins
Narrated byPaplu Chetia
FormatAudiobook
Publish dateMar 4, 2023

More from Premnarayan Dutta

You may also like

Four Square JaneEdgar Wallace4h 3m3.7 (2.6K)$2.30 · $0.00
Klub RudowłosychArthur Conan Doyle53m4.2 (2.9K)Free
La Liga de los PelirrojosArthur Conan Doyle1h 6m4.1 (20.2K)$1
Arsène Lupin, ladro gentiluomo. L'evasione di Arsène LupinMaurice Leblanc55m4.0 (24K)$3.50 · $0.00
The Plymouth Express AffairAgatha Christie36m4.0 (2.8K)$2.30 · $0.00
The confessions of Arsène LupinMaurice Leblanc7h 44m4.1 (2.8K)$17 · $0.00
Arsene Lupin. Kryształowy korekLeblanc Maurice7h 7m4.0 (302)$6.70 · $0.00
The Teeth of the TigerMaurice Leblanc14h 49m4.0 (1.6K)$3.50 · $0.00
813Maurice Leblanc10h 14m4.1 (2.6K)$29 · $0.00
The Jewel Robbery at the Grand MetropolitanAgatha Christie35m3.9 (76.9K)$9 · $0.00
Arsène Lupin, gentleman-cambrioleurMaurice Leblanc6h 36m3.9 (34K)$12 · $0.00
Arsène Lupin versus Herlock SholmesMaurice Leblanc6h 43m3.9 (12.9K)$12 · $0.00
Liga RudzielcówArthur Conan Doyle1h 6m4.2 (28.1K)$0.70 · $0.00
FletchGregory Mcdonald5h 57m4.0 (11.8K)$17
Arsène Lupin versus Herlock SholmesMaurice Leblanc7h 31m3.9 (12.2K)$2.30 · $0.00
The Adventure of the Clapham CookAgatha Christie28m3.9 (2.9K)$2 · $0.00
The Confessions of Arsène LupinMaurice Leblanc7h 56m4.1 (2.6K)$3.50 · $0.00
L'Affaire du Collier de la ReineMaurice Leblanc7h 5m3.9 (331)$1.99 · $0.00
She Faded Into AirEthel Lina White7h 45m3.5 (124)$2 · $0.00
The Blue Veil, or, Nick Carter's Torn TrailNick Carter3h 56m$2.30