Audio only

Osin dweep oxanto xagor oboruddho prem

By ৰঞ্জু হাজৰিকাNarrated by Ratna Das
Length5h 6m

About this audiobook

জেয়াৰ... ।দ্য ডাৰ্ক কণ্টিণেণ্ট ৰূপে খ্যাত আফ্ৰিকাৰ এই অতিশয় ৰহস্যাবৃত অঞ্চললৈ যিয়ে এবাৰ গৈছে উভতি অহাৰ তথ্য আজিলৈ কাৰো হাততেই নাই ।তেনেস্থলত হঠাৎ ড০ অধ্যাপকৰ কিয় এই পৰিকল্পনা ?শেষত পৰিকল্পনা মতেই যাবলৈ সাজু হ'ল তিষ্যা আৰু ৰবীন ।লগত সহযোগী হিচাপে ওলাল বন্ধু হিমু আৰু যীচু । অভিযানৰ সফল সমাপ্তিৰ পিছতেই তিষ্যা আৰু ৰবীনৰ বিয়াৰ কথা তিষ্যাৰ পিতৃ ড০ অধ্যাপকে অভিযানৰ পূৰ্বেই ঘোষণা কৰিলে ।তাৰ পিছত আৰু উভতি চোৱাৰ সকলোবোৰ পথ অৱৰুদ্ধ।এনেদৰে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ'ল তিষ্যা,ৰবীন,হিমু আৰু যীচু।ৰঞ্জু হাজৰিকাৰ বহুচৰ্চিত ৰহস্য উপন্যাস 'অচিন দ্বীপ,অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম' নামৰ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই নিছে গভীৰ উৎকণ্ঠা, সংশয়, অনিশ্চয়তা আৰু দ্ৰুত পৰিৱৰ্তনশীল আবেগ আৰু ঘটনাপ্ৰবাহৰ শ্বাসৰুদ্ধকাৰী শিহৰণ ।আহঁক, 'জেয়াৰ'ৰ অটল ৰহস্যৰ অচীন আন্ধাৰ পৃথিৱীত হেৰাই যোৱা এহাল প্ৰেমিক যুগল আৰু দুই বন্ধুক এই গ্ৰন্থপাঠৰ মাজেৰেই আমি বিচাৰি যাওঁ.....

Audiobook details

GenreRomance
Length5 hrs 6 mins
Narrated byRatna Das
FormatAudiobook
Publish dateJan 3, 2023

More from ৰঞ্জু হাজৰিকা

You may also like

Reise nach dem Mittelpunkt der ErdeJules Verne7h 38m4.0 (281.1K)$10 · $0.00
Reise zum Mittelpunkt der ErdeJules Verne8h 1m4.0 (276.4K)$18 · $0.00
The PrairieJames Fenimore Cooper18h 5m3.7 (3.5K)$1.20 · $0.00
A Strange Manuscript Found in a Copper CylinderJames De Mille9h 19m3.6 (1.7K)$2.30 · $0.00
King Solomon’s MinesH. Rider Haggard8h 32m3.9 (63.2K)$17
Le tour du monde en quatre-vingts joursJules Verne8h 33m4.1 (420.5K)$3 · $0.00
King Solomon's MinesH. Rider Haggard8h 41m3.9 (81.9K)$2.30
Audubon's BirdsJohn James Audubon1h 29m4.4 (752)$15 · $0.00
Viaje al centro de la TierraJulio Verne8h 56m4.0 (288.1K)$1.99 · $0.00
Journey to the Center of the EarthJules Verne7h 44m4.0 (270.9K)$17
Through the Brazilian WildernessTheodore Roosevelt12h 2m4.1 (2.6K)$2.30
A Journey to the Center of the EarthJules Verne9h 8m4.0 (275.4K) · 4000Free
Dzieci króla diamentówLuīze Pastore4h4.0 (309)$12
Reise nach dem Mittelpunkt der ErdeJules Verne8h 29m4.0 (800.7K)$3
Viaggio al centro della TerraJules Verne9h 15m4.0 (273.3K)$15 · $0.00
海底两万里(法)凡尔纳13h 46m4.1 (354.8K)$20 · $0.00
Ventimila leghe sotto i mariJules Verne7h 30m4.1 (1.4M)$12 · $0.00
Die Reise mit der BeagleCharles Darwin24h 3m4.2 (40.6K)$3 · $0.00
Reise um die Erde in 80 TagenJules Verne8h 23m4.1 (311.2K)$0.70 · $0.00
Around the World in Eighty DaysJules Verne7h 25m4.1 (339.1K)$2.30 · $0.00