Audio only

Nokhyotro joyor gaan

By ৰঞ্জু হাজৰিকাNarrated by Danish Ahmed
Length2h 30m

About this audiobook

*নক্ষত্ৰ জয়ৰ গান* এটা কল্প বিজ্ঞানৰ কাহিনী। অৰিজিত, ৰাখা, ভাস্কৰ, আদিত্য, অলক আদি কৰি কেইজনমানৰ এটা দল। মহাবিশ্বৰ ৰহস্য উদ্ঘাটনৰ উদ্দেশ্য তেওঁলোকৰ যাত্ৰা মহাবিশ্বৰ বুকুত। সৌৰজগতৰ প্ৰতিটো গ্ৰহ, নক্ষত্ৰৰ ৰহস্য, গতিবিধি সকলো পৰীক্ষা কৰাই তেওঁলোকৰ মূল উদ্দেশ্য। সেইকাৰণে কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ স্পেচ যানখন লৈ কোনো কোনো গ্ৰহত অৱতৰণ কৰিছে। ক'ৰবাত যদি এই অৱতৰণৰ ফল শূণ্য, ক'ৰবাত আকৌ মুখামুখি হৈছে বিপদৰ। ক'ৰবাত মুখামুখি হৈছে এক আচৰিত পক্ষীমানৱৰ। সেই আশ্চৰ্য মাৰ নাযাওঁতেই মুখামুখি হৈছে গৰিলা সদৃশ এক ভয়ানক জীৱৰ। ক'ৰবাত মুখামুখি হৈছে এক অদ্ভূত যন্ত্ৰ মানৱৰ। কিন্তু কি হ'ল তেওঁলোকৰ? বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মূখীন হোৱা এই দলটো সুকলমে ঘূৰি আহিল নে পৃথিৱীলৈ? নে মহাবিশ্বৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ নিজেও সোমাই পৰিল ৰহস্যৰ আৱৰ্তত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ কল্প বিজ্ঞানভিত্তিক উপন্যাস 'নক্ষত্ৰ জয়ৰ গান'।

Audiobook details

GenreGeneral Fiction
Length2 hrs 30 mins
Narrated byDanish Ahmed
FormatAudiobook
Publish dateMay 2, 2022

More from ৰঞ্জু হাজৰিকা

You may also like

Gesammelte Werke von Jules VerneJules Verne733h 7m4.5 (1K)$2.50 · $0.00
LiftoffEric Berger9h 4m4.6 (9.5K)$29 · $0.00
Veden päällä liikkuva kaupunkiJules Verne3h 48m3.6 (1.8K)$2 · $0.00
Autour de la luneJules Verne6h 35m3.7 (10.1K)$2.30 · $0.00
Space CadetRobert A. Heinlein5h 12m4.0 (13.4K)$23
From the Earth to the MoonJules Verne4h 46m3.9 (48.5K)$2.30 · $0.00
Cosmáquila: O RetornoMarcelo Torca13m$5 · $0.00
Chronicles Of The Cosmic VoyagerSocialuser4m$7 · $0.00
ASTRO S2 - Episode 04 - Der Orden der TemplerMartin Wintersberger, Manuela Wieninger30m$5 · $0.00
Suíte 10: CosmáquilaMarcelo Torca16m$5 · $0.00
ASTRO S1 - Episode 08 - Viktor RomaneschkoMartin Wintersberger, Manuela Wieninger31m$5 · $0.00
3-2-1- los! Zusammen sind wir stark! (Pixi Gute Nacht Geschichte 10)Corinna Fuchs9m4.7 (11)$2 · $0.00
Celestial VoyageSocialuser4m$7 · $0.00
ASTRO S2 - Episode 08 - Captain Alexander BlumMartin Wintersberger, Manuela Wieninger32m$5 · $0.00
Aventura No EspaçoDeodato Rodrigues22m$6 · $0.00
The Galactic CircusRafat Allam2m$7 · $0.00
August-29Lucas Ryan3h 45m$9 · $0.00
ASTRO S1 - Episode 27 - Der AustauschMartin Wintersberger, Manuela Wieninger32m$5 · $0.00
ULOT-PURONShirshendu Mukhopadhaye12m$4
"a Aventura Do Pequeno Explorador Estelar"Karla Angélica Guimarães E Silva3m$6 · $0.00