Length10h 49m
About this audiobook
অসমীয়া গল্পৰ জগতখনৰ এটা পৰিচিত নাম গীতালি বৰাৰ প্ৰথম উপন্যাস 'বুদ্ধজায়া' অসমীয়া সাহিত্যত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি ক'ব পৰা যায়। ইতিহাস সমল আৰু কল্পনাৰ সংমিশ্ৰণ ঘটা কাহিনীটোত বৰাৰ স্বকীয় কথনশৈলীৰ সোৱাদ ইতিমধ্যে পঢ়ুৱৈয়ে পাইছে। ষ্টোৰীটেলৰ প্ৰস্তুতিত 'বুদ্ধজায়া' এইবেলি শুনক প্ৰণামী কৌশিকৰ কণ্ঠত।
Audiobook details
GenreLiterary Classics
Length10 hrs 49 mins
Narrated byPranami Kaushik
FormatAudiobook
Publish dateApr 27, 2021
