Audio only

Xongxoninaad

By মনালিছা শইকীয়াNarrated by Mayuri Dutta
Length4h 2m

About this audiobook

'আপুনি এতিয়াও স্বাধীনতাৰ সপোন দেখেনে?' প্ৰজ্ঞাই সোধে। কোন এই প্ৰজ্ঞা? কাৰ প্ৰতি এই প্ৰশ্ন প্ৰজ্ঞাৰ? কুৰি শতিকাৰ শেষৰ দুটা দশক। এই সময়ছোৱা অসমৰ সমাজ জীৱনক অস্থিৰ অশান্ত কৰি ৰখা ৰক্তাক্ত সময়। এফালে অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু আনফালে সশস্ত্ৰ সংগ্ৰাম। কিন্তু এই আন্দোলন, এই সংগ্ৰাম হঠাতে ঠন ধৰি উঠিছিল নে? নে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ৰাজনীতি, সমাজনীতিত ক্ৰমাগতভাৱে এনে সংগ্ৰামবোৰৰ পটভূমি গঢ় লৈ উঠিছিল? আন্দোলনৰ নামত এচাম তৰুণে জীৱনৰ এছোৱা মূল্যবান সময় বিসৰ্জন দিছিল। আন এচামে জীৱন যৌৱনৰ মোহ এৰি সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল। এনে সামূহিক আত্মত্যাগৰ পৰা অসমে কি পালে? অসম আন্দোলনৰ পৰা আলফাৰ অভিযানলৈকে লক্ষ্য কৰিলে বুজা যায় যে অসম আন্দোলন আৰু আলফা পৰস্পৰৰ বিছিন্ন নহয়। প্ৰবীণ হাজৰিকা কোন? কি কাৰণত প্ৰবীণ হাজৰিকাই ঘৰ এৰি গৈছিল? বায়েক অমিয়াৰ মনত কি কাৰণে ক্ষোভ ৰৈ গৈছে ভায়েক প্ৰবীণৰ প্ৰতি? দেউতাক হৰেন হাজৰিকা, মাক শশীপ্ৰভাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিল প্ৰবীণৰ? প্ৰবীণৰ দৰে যুৱ প্ৰজন্মই ঘূৰিছিল নেকি মৰিচীকাৰ পিছত? স্বাধীনতাৰ পিছত আৰম্ভ হোৱা আন্দোলনে কেনেধৰণৰ ভয়াবহ দিন নমাই আনিছিল। অহিংসা আন্দোলন এটাই ক্ৰমে ঢাল লৈছিল সশস্ত্ৰ বিপ্লৱলৈ। তাৰ মাজে মাজে আৰম্ভ হৈছিল লেতেৰা ৰাজনীতি। বিদেশী খেদাৰ নামত আপোনজনৰ তেজেৰে হাত ৰাঙলী কৰিবলৈও যেন কুণ্ঠাবোধ হোৱা নাছিল। কেনে আছিল সেই সময়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক জনপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক মনালিছা শইকীয়াৰ উপন্যাস 'শংখনিনাদ'।

Audiobook details

GenreGeneral Fiction
Length4 hrs 2 mins
Narrated byMayuri Dutta
FormatAudiobook
Publish dateJun 15, 2022

More from মনালিছা শইকীয়া

You may also like

Girl Gurl GrrrlKenya Hunt5h 39m4.1 (1.8K)$24 · $0.00
Sure of YouArmistead Maupin3h4.2 (12.9K)$18 · $0.00
A God in RuinsLeon Uris6h 6m3.7 (4K)$24 · $0.00
الباقي من الزمن ساعةنجيب محفوظ5h 11m3.8 (2.8K)$15 · $0.00
John Lennon: The LifePhilip Norman12h 51m4.3 (13.3K)$33 · $0.00
Frida Kahlo și opere de artăGerry Souter1h 24m4.0 (447)$15 · $0.00
Mullappoo Niramulla PakalukalBenyamin10h3.9 (2.4K)$11
For Such a Time as ThisElliot Cosgrove6h 51m4.5 (313)$24 · $0.00
Walking in My JoyJenifer Lewis7h 27m4.4 (2.7K)$24 · $0.00
The Subjection of WomenJohn Stuart Mill4h 44m4.2 (17.5K)$0.60 · $0.00
ПрислугаКэтрин Стокетт18h 9m4.5 (3.2M)$5 · $0.00
Tell the Truth & Shame the DevilLezley McSpadden10h 28m4.3 (881)$20
Selbstliebe – Über Herkunft und Gerechtigkeit (ungekürzt)bell hooks6h 43m4.3 (2.5K)$22 · $0.00
Invisible LaborRachel Somerstein10h 34m4.2 (803)$29 · $0.00
طبائع الاستبداد ومصارع الاستعباد: إعادة بناء معاصرةعبد الرحمن الكواكبي1h 9m4.2 (10.7K)$7 · $0.00
DemonsFyodor Dostoevsky28h 26m4.3 (171.1K)$4 · $0.00
New Daughters of AfricaMargaret Busby42h 10m4.4 (495)$29 · $0.00
Ángel GuerraBenito Pérez Galdós27h 26m3.9 (35)$22 · $0.00
Reflexiones feministas sobre los cuidadosLieta Vivaldi Macho, Daniela Alegría Fuentes10h 34m$12 · $0.00
Die Mutter (Zusammengefasste Ausgabe)Maxim Gorki3h 22m$2