
Só áudio
Duração9h 2m
Sobre este audiolivro
কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন, সিহঁতৰ সপোন গল্প সংকলন খনিৰ লেখিকা অৰূপা পটঙ্গীয়া কলিতা। এই সংকলনখনিৰ উপজীব্য ইতিহাস-চেতনাই সৃষ্টি কৰা বিষাদ আৰু যন্ত্ৰণা, দিশাহীন বিপৰ্যস্ত কৈশোৰ আৰু যৌৱন ধৰ্ম-জাতি গোষ্ঠী-ভাষাভিত্তিক ৰাজনীতিয়ে বিধ্বস্ত কৰা মানৱীয় মূল্যবোধ আৰু প্ৰতিৰোধৰ চিৰন্তন চেতনা। দ্ৰুতভাবে সলনি হবলৈ ধৰা সময়খিনিৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰিব বাবে কুৰোশ্বোৱাৰ সপোনৰ ওচৰ চাপিছে, জিলেনিক আৰু মৰিছনৰ নিৰ্মমতাক স্পৰ্শ কৰি সিয়ঁৰি উঠিছে, এই সকলোবোৰৰ মাজেদি মায়ামৃগৰ স্বৰূপ উন্মোচনৰ সাহসৰ পৰিচয় দিছে। সচা অৰ্থত এই এখন অতি মননশীল সংকলন। এই সংকলনখনিয়ে নিশ্চয়কৈ শ্ৰোতা ৰাজৰ হৃদয় চুই যাব।
Detalhes do audiolivro
GêneroGeneral Fiction
Duração9 h 2 min
Narrado porGayatri Bora
FormatoAudiolivro
Data de publicação1 de jun. de 2022