Smriti
Audio only

Smriti

By অপূৰ্ব শৰ্মাNarrated by Atanu Bhattacharya
Length46m

About this audiobook

কমল, মুনিন আৰু হেমন্ত তিনি বন্ধু। ঘৰৰ পৰা আঁতৰি একেটা হোষ্টেলত সিহঁতৰ বাস। কলেজৰ ব্যস্ততাময় জীৱনত সিহঁতৰ এটা অংশ হয় স্মৃতি। স্মৃতি সিহঁতৰ সহপাঠী। কিন্তু সেই স্মৃতিক লৈয়ে নানান সপোন দেখে কমল আৰু মুনিনে। কমলে পাকে প্ৰকাৰে বুজাবলৈ বিচাৰে যে তাই তাক ভাল পাই। সেই একেখনি কথা মুনিনৰো। কিন্তু স্মৃতি? হেমন্তই ভাৱে সিহঁতৰ প্ৰতি স্মৃতিৰ মনত তেনে কোনো ভাব নাই। তাইৰ বাবে সিঁহত বন্ধু মাত্ৰ। কমল আৰু মুনিনে ইটোৱে সিটোৰ আপত্তি দিয়ে হেমন্তক। হেমন্তই হাঁহি হাঁহি শুনি থাকে। এই ক্ষেত্ৰত হেমন্তক সকলোৱে নিৰ্বিকাৰ বুলিয়ে ভাবে। কিন্তু আহে নেকি স্মৃতিৰ প্ৰতি হেমন্তৰ দুৰ্বলতা? কলেজ শেষ কৰি নিজৰ নিজৰ কৰ্তব্যৰ স্বাৰ্থত আঁতৰি যায় সকলো। বাগৰি যায় বছৰ। আৰু বহু বছৰৰ পিছত পুনৰ লগ হয় সিহঁত, কমল, মুনিন, হেমন্ত আৰু স্মৃতি। তেতিয়ালৈ সিহঁতৰ সকলোৰে মুখত বয়সৰ ছাপ পৰে। কিন্তু তাৰ পিছতো হেমন্তৰ হাতত পৰি ৰয় এটা উত্তৰ। সিহঁতৰ প্ৰতি স্মৃতিৰ মনত কি আছিল? কাৰ বাবে আছিল স্মৃতিৰ ভালপোৱা? কমল, মুনিন? নে হেমন্ত নিজে? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'স্মৃতি'।

Audiobook details

GenreGeneral Fiction
Length46 mins
Narrated byAtanu Bhattacharya
FormatAudiobook
Publish dateOct 10, 2021

More from অপূৰ্ব শৰ্মা

You may also like

Wysoki Zamek
Wysoki ZamekStanisław Lem5h 4m4.1 (1.8K)$5.40 · $0.00
Детство
ДетствоЛев Толстой3h 57m4.0 (4.4K)$3 · $0.00
فن التمثيل
فن التمثيلريتشارد بولسلافسكي2h 28m4.2 (2.2K)$8 · $0.00
Incidental Inventions
Incidental InventionsElena Ferrante3h 6m3.9 (5.7K)$15 · $0.00
La pasión del joven Werther
La pasión del joven WertherJohann Wolfgang Goethe7h 32m3.9 (173.2K)$7 · $0.00
Cartas para John Lydon e Paul Giamatti mais jovens
Cartas para John Lydon e Paul Giamatti mais jovensJohn Lydon, Paul Giamatti13m$4 · $0.00
Cartas para Meat Loaf e Mick Fleetwood mais jovens
Cartas para Meat Loaf e Mick Fleetwood mais jovensMeat Loaf, Mick Fleetwood13m$4 · $0.00
Knocking Round
Knocking RoundJ Le Gay Brereton4h 18m$1 · $0.00
Die Kindheit der größten Schriftsteller (Kommentiert)
Die Kindheit der größten Schriftsteller (Kommentiert)Lew Tolstoi, Maxim Gorki, Mark Twain, Walter Benjamin, Theodor Fontane, Jean Paul28h 39m$1 · $0.00
28 حرف
28 حرفأحمد حلمي3h 28m3.1 (18.4K)$15 · $0.00
Brutalna prawda o paleniu papierosów - Mechanizmy, które działają ciszej niż myślisz
Brutalna prawda o paleniu papierosów - Mechanizmy, które działają ciszej niż myśliszMax Paradox3h 59m$8.10 · $0.00
Haadu Heneda Nenapu
Haadu Heneda NenapuVasudhendra17m$4
A Way in the World
A Way in the WorldV. S. Naipaul11h 40m3.7 (803)$23
البحث عن البيت المفقود - الفيل
البحث عن البيت المفقود - الفيلزينة رمضان29m3.8 (68)$6 · $0.00
Jeugdherinneringen
JeugdherinneringenJan Ligthart9h 31m3.5 (12)$2 · $0.00
كيف هي الحياة عندما تصل إلى الثلاثين؟
كيف هي الحياة عندما تصل إلى الثلاثين؟أحمد مشرف12m2.8 (26)$6 · $0.00
الباب المرصود
الباب المرصودعمر فاخوري2h 24m$6 · $0.00
Au pays de Jésus : souvenirs d'un voyage en Palestine
Au pays de Jésus : souvenirs d'un voyage en PalestineMatilde Serao3h 58m$2 · $0.00
Veinte años
Veinte añosCamila Fabbri6m$5
בצל גבירתנו
בצל גבירתנונורית זרחי1h 48m4.1 (10)$12 · $0.00