Length25m
About this audiobook
ধাৰু চোৰে সিন্ধি দিবলৈ যায় গুটিফুলৰ ঘৰত। গুটিফুলৰ দেউতাক গাঁৱৰ পুৰোহিত। ধাৰুৱে ভাবে পুৰোহিতৰ পুৰোহিতালি কৰি পোৱা সম্পত্তি ঢেৰ। ধাৰু চোৰো অভিজ্ঞ চোৰ। কিন্তু হৃদয় এখন ধাৰুৰো আছে। গুটিফুলে প্ৰেমিকৰ কাৰণে বৈ উলিওৱা গামোছা দুখনে ধাৰুৰ জীৱন সলনি কৰিব। কেনেকৈ? আহক শুনোঁ মণিকা দেৱীৰ 'মুৰে পোৱা চোৰ কৰে হাতযোৰ'।
Audiobook details
GenreGeneral Fiction
Length25 mins
Narrated bySarmistha Chakravorty
FormatAudiobook
Publish dateJan 15, 2021
