Length11m
About this audiobook
বাঘক বনৰ ৰজা বুলি কোৱা হয়। অথচ সেই বাঘৰে মৃত্যু হয় এটা ধূৰ্ত শিয়ালৰ হাতত। কিন্তু কেনেকৈ? বাঘৰ মৃত্যুৰ পিছত বাঘিনী আৰু বাঘ পোৱালিক ডকা হকা দি কেনেকৈ দিন গৈছিল শিয়ালৰ? শেষলৈ কি হ'ল?
বুধিয়ক শিয়ালৰ সাধুটো শুনো আহা চেতনা দাস আইতাৰ মাতত।
Audiobook details
GenreGeneral Fiction
Length11 mins
Narrated byChetana Das
FormatAudiobook
Publish dateMay 18, 2021
