Length8h 45m

About this audiobook

'মোৰ বুকুৰ যিখিনি ঠাইত হৃদয় নামৰ এটা দ্বীপ আছিল, তাত এতিয়া অন্ধকাৰ আৰু শূণ্যতা বিৰাজমান। সুগভীৰ যন্ত্ৰণাৰে মই মাথোঁ কেতিয়াবা অনুভৱ কৰোঁ হৃদয়ৰ লগতে মানুহৰ প্ৰতি থকা একালৰ মোৰ প্ৰেম, পৃথিৱীৰ সকলো বস্তুৰে ওপৰত স্থাপন কৰা মোৰ স্বত্বহীন, গভীৰ আনুগত্য, কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াস..' অনুক লৈ ৰচনা কৰা এটা কুসুম কোমল সপোন ক'ৰবাত হেৰাই গ'ল। কিন্তু কেনেকৈ আৰু কিয়? শান্তি নিকেতনৰ শান্ত সমাহিত পৰিবেশত শিক্ষা গ্ৰহণ কৰি অহা সৰল শিল্পী সাৰদা মিশ্ৰ। মানৱতাৰ এক মহৎ অংশ সন্ধানত নামি পৰে তেওঁ। কিন্তু মানৱতা উদ্ধাৰ কৰিব পাৰিলে নে সাৰদা মিশ্ৰই? মানসিক অন্তৰ্দ্বন্দ্ব, মানৱতাৰ অৱক্ষয়, মধ্যবিত্তৰ সুখ দুখ, অহংকাৰ, সামাজিক পৰম্পৰাৰ উৰ্দ্ধত গৈ গঢ়ি উঠা প্ৰেমৰ নিৰ্মল সম্পৰ্ক, উত্তৰ আধুনিকতাৰ পৰা আৰম্ভ কৰি নৃশংস বাস্তৱলৈকে অংকন কৰা ২৩ টি ভিন্নস্বাদৰ গল্প। কি আছে এই গল্প সমূহত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গল্প সংকলন 'অমৃতা'।

Audiobook details

GenreFantasy, General Fiction
Length8 hrs 45 mins
Narrated byJhunakangkan Bhuyan
FormatAudiobook
Publish dateSep 24, 2021

More from ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

You may also like

Ordinary BeastNicole Sealey44m4.1 (1.6K)$9 · $0.00
Die Fahrt zum LeuchtturmVirginia Woolf8h 30m4.0 (285.9K)$2.30
נאום אהבה נגד גבר יושבגבריאל גרסיה מארקס1h 16m4.0 (1.8K)$12 · $0.00
The Collected Plays of Anton ChekhovAnton Chekhov16h 11m4.4 (291)$2 · $0.00
Felicidad y otros cuentosKatherine Mansfield5h4.1 (2.7K)$5 · $0.00
ملخص كتاب مأساة الطفل الموهوبأليس ميللر22m4.2 (76.6K)$7 · $0.00
Die WildenteHenrik Ibsen10h 42m4.0 (29.2K)$1 · $0.00
Die Verwandlung (Kommentiert)Franz Kafka4h 4m4.3 (3.8K)$1 · $0.00
أزهار سبتمبرأندريه موروا5h 18m3.6 (358)$8 · $0.00
The Collection PlateKendra Allen1h 2m3.6 (254)$13 · $0.00
Gesammelte Werke: Dramen + Erzählungen + Novellen (Kommentiert)Anton Pawlowitsch Tschechow44h 23m$2 · $0.00
Estampas De OutonoAlex Casanova54m$5 · $0.00
مكعب ثلجغادة كريم3h 43m3.5 (510)$6 · $0.00
Il peso dell'aria - L’air lourdIrene Rainini48m$9.30 · $0.00
من النافذةإبراهيم المازني3h 31m3.2 (214)$10 · $0.00
100 citazioni di Khalil GibranKhalil Gibran26m4.6 (14)$5 · $0.00
OonamSivasankari15m$4
Crônicas Do SerBeto Braga1h 27m$6 · $0.00
Un attimo della mia vitaMaristella Barsotti57m$4.70 · $0.00
Главная русская книгаВячеслав Курицын12h 39m$13 · $0.00